1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 5:58 am
স্থানীয় বাতৰি

‘জয়মতী’ বোলছবিয়ে অতিক্ৰম কৰিলে ৮৯ বছৰীয়া সুদীৰ্ঘ যাত্ৰা

‘জয়মতী’ প্ৰথমখন অসমীয়া বোলছবি। অসমীয়া চলচ্চিত্ৰৰ বাটকটীয়া তথা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ মহান অৱদান ‘জয়মতী’য়ে আজি অতিক্ৰম কৰিলে ৮৯টাকৈ বৰ্ষ। ১৯৩৫ চনৰ ১০ মাৰ্চ অৰ্থাৎ আজিৰ দিনটোতে চিত্রবন ষ্টুডিঅ’ত চিত্ৰগ্ৰহণ কৰা,

read more

এটা দুৰ্ঘটনাই প্ৰাণকাঢ়ি নিলে এটা সুখী পৰিয়ালৰ

এক শোকাৱহ দুৰ্ঘটনাই জোকাৰি গৈছে ৰাজস্থানৰ নাগৌৰ জিলা। নাগৌৰ জিলাত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাত এটা পৰিয়ালৰ চাৰিজন সদস্যৰ মৃত্যু হয়। এখন দ্ৰুতবেগী SUV গাড়ীৰ খুন্দাত প্ৰাণহানি ৪গৰাকীকৈ লোকৰ। মৃতকৰ ভিতৰত

read more

শিৱসাগৰৰ পৰা জুৰীয়ালৈ ফুৰিবলৈ আহি ক’লৈ গ’ল মায়শ্ৰী

জুৰীয়াত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। শিৱসাগৰৰ পৰা ফুৰিবলৈ অহা বান্ধৱীৰ লগত গৈ সন্ধানহীন মাতৃ-কন্যা। ইফালে ফুৰিবলৈ অহা বান্ধৱীগৰাকীও সন্ধানহীন হৈ পৰিছে। উল্লেখযোগ্য যে শিৱসাগৰৰ ডিমৌৰ মায়শ্ৰী দাস নামৰ বান্ধৱীগৰাকী ফুৰিবলৈ

read more

মানৱ সৰবৰাহকাৰীয়ে বিক্ৰী কৰা কিশোৰ উদ্ধাৰ

ৰাজ্যত মানৱ সৰবৰাহকাৰীৰ কবলত পৰি বহি:ৰাজ্যত বিক্ৰী হোৱা এটি কিশোৰক তিনিবছৰৰ মূৰত উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে শোণিতপুৰ জিলাৰ জামুগুৰি আৰক্ষী৷ তিনিবছৰ পূৰ্বে জামুগুৰিহাটৰ গটাইমাৰীৰ ১৩ বছৰীয়া জাহিৰুল ইছলাম নামৰ এই

read more

বাদাম বিক্ৰী কৰি পৰিয়ালক পোহপাল দিছিল ৰঙিয়াৰ ফুলচান্দে, কিন্তু পুৱাই উৰণ সেতুই কাঢ়িলে প্ৰাণ

এক শোকাৱহ ঘটনা, শোকাৱহ পৰিৱেশ৷ এটি দুৰ্ভগীয়া পৰিয়াল৷ পৰিয়ালটিত আছে পিতৃ-মাতৃ, পত্নী, দুই সন্তান৷ বাদাম, চানা আদি বিক্ৰী কৰি দুবেলা দুমুঠি পেটে ভাতে খাই আছিল দুৰ্ভগীয়া পৰিয়ালটিয়ে৷ কিন্তু হঠাৎ পৰিয়ালটিৰ

read more

কল্ড ড্ৰিংকছ খালেই এই পাঁচটা ৰোগত আক্ৰান্ত হ’ব আপুনি

গ্ৰীষ্মকালত ঠাণ্ডা পানীয় খোৱাৰ হেঁপাহ বেছি হয়। সকলো বয়সৰ মানুহে গৰমৰ পৰা সকাহ পাবলৈ শীতল পানীয় খাই ভাল পায়। ঠাণ্ডা পানীয় সেৱন কৰিলে বহু পৰিমাণে ভাল লাগে আৰু বহুতে ইয়াক

read more

যোৰহাটত দিনৰ পোহৰতে ডকাইতিৰ দুটা পৃথক কাণ্ড

যোৰহাটত দিনৰ পোহৰতে ডকাইতিৰ দুটা পৃথক কাণ্ড। লাখ লাখ টকা লৈ পলায়ন ডকাইতৰ। জিলা আৰক্ষী অধীক্ষক শ্বেতংক মিশ্ৰই নতুনকৈ দায়িত্ব লোৱাৰ লগে লগে যেন সক্ৰিয় হৈ পৰিছে ডকাইত। আৰক্ষীক যেন

read more

দোকানৰ পৰা নতুন ব্লেড কিনি আনি স্বামীৰ জননাংগ কাটিলে পত্নীয়ে

এইখন অসমতেই সংঘটিত হৈছে আন এক নিকৃষ্ট ঘটনা৷ নিশাৰ এন্ধাৰত স্বামীৰ গুপ্তাঙ্গ ছেদ কৰি পত্নীয়ে কৰে পলায়ন৷ এই পাশৱিক ঘটনা সংঘটিত হৈছে ধুবুৰী জিলাৰ গৌৰীপুৰ বাঘমাৰাত৷ কাৰেণ্ট ট্ৰেণ্ড অসমৰ ধুবুৰী

read more

হতাশা(DEPRESSION)ত ভুগিছে নেকি?

মানুহৰ জীৱনলৈ কেতিয়াবা এনে সময় আহে যিসময়ে মানুহক হতাশগ্ৰস্ত কৰি তুলে। কিছুমান সৰু সৰু কথাই আমাক পেলাব পাৰে হতাশাত। হতাশাত ভুগা সাধাৰণ কথা নহয়। বহু মানুহে হতাশাত ভুগি নিজক শেষ

read more

ঘৰত ৰাখক ফিটকিৰি, দূৰ হ’ব আৰ্থিক সমস্যা

ফিটকিৰিৰ এই অলৌকিক প্ৰতিকাৰসমূহ অতি ফলপ্ৰসূ, ধন-সম্পত্তি লাভ কৰাত সহায় কৰে, ঋণৰ পৰা মুক্তি পায় আৰু বেয়া চকু ছাইলৈ হ্ৰাস কৰে। বিভিন্ন ধৰণৰ আৰ্থিক সমস্যা দূৰ কৰাত সহায় কৰে। জ্যোতিষত

read more

© All rights reserved © Current Trend Assam
Customized By BlogTheme