বাক্সা জিলাৰ শালবাৰীত আজি শালবাৰী জিলা বড়ো সাহিত্য সভাৰ উদ্যোগত ৬১ সংখ্যক বড়ো মাধ্যম দিৱস উদযাপন কৰা হয়। বাক্সাৰ সংবাদদাতা গোলাপ নাথে যুগুতোৱা তথ্য অনুসৰি বড়ো সাহিত্য সভাৰ পতাকা উত্তোলন,স্মৃতি
গোলকগঞ্জৰ অন্তৰ্গত ছাগলীয়াত সংঘটিত হৈছে এক লজ্জাজনক ঘটনা। ধুবুৰীৰ সংবাদদাতা অমিতাভ কৰ্মকাৰে প্ৰেৰণ কৰা বাতৰি অনুসৰি ছাগলীয়াৰ দ্বিতীয়খণ্ড গাঁৱৰ খলিল সেখৰ পুত্ৰ জাহাংগীৰ আলমে ৰেছমা নামৰ এগৰাকী কিন্নৰৰ পৰা বিয়াৰ
জুৰীয়াৰ বালুৰচৰ বজাৰত বিদ্যুৎ বিভাগৰ কৰ্মকাণ্ডত অতিষ্ঠ গ্ৰাহকৰ প্ৰতিবাদ। বিদ্যুৎ সংযোগ নথকা তথা কৰ্তন হৈ থকা গ্ৰাহকৰ নামত বিদ্যুৎ বিভাগে প্ৰেৰণ কৰিলে হাজাৰ হাজাৰ টকাৰ বিদ্যুৎ বিল। ধিং বিদ্যুৎ উপ-সংমণ্ডলৰ
নামতি মিছাজান নামদঙ্গীয়া গাওঁৰ এগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰৰ সফলতা। ৰিলায়েন্স ফাউণ্ডেশ্যন ইয়ং চেম্পছৰ ১৩ বছৰ অনুৰ্ধ্বৰ ফুটবল প্ৰশিক্ষণৰ বাবে নিৰ্বাচিত হৈছে নিবিড় শইকীয়া নামৰ কিশোৰগৰাকী। জানিব পৰা মতে অসমৰ আঠজনীয়া
সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীণ আন্ত:ৰাষ্ট্ৰীয় উশ্বু খেলুৱৈ এথেনা চেতীয়া । উশ্বু, কিক বস্কিং আৰু কুংফু খেলুৱৈ এথেনা চেতিয়াই ইতিমধ্যে ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত বহুকেইটা সোণৰ পদক লাভ
এইবাৰ শৌচাগাৰ অনুদানৰ কমিছন নিদিয়াৰ বাবেই হিতাধিকাৰীৰ আঙুলি কাটিলে পঞ্চায়ত কৰ্মীয়ে। খবৰ নগাঁৱৰ। নগাঁৱৰ সংবাদদাতা পৰিস্মিতা শইকীয়াই প্ৰেৰণ কৰা বাতৰি অনুসৰি, ঘটনা সন্দৰ্ভত ননৈ আৰক্ষী থানাত গোচৰ ৰুজু কৰাৰ পাছতো
আজি তুংখুঙীয়া ফৈদৰ কোঁৱৰ গদাপানি পত্নী নাৰীৰ বীৰত্বৰ প্ৰতীয় বীৰাংগনা কুন মে ডাম জয়মতীৰ ৩৪৫ সংখ্যক পুণ্যতিথি৷ “জয় দেউলৰ শিলত বোলালে সোণৰ গৰিমা বোল, আজিও কুলিয়ে কলচিত বহি তোলে বিননী
ৰাজ্যৰ ইমুৰৰ পৰা সিমুৰলৈ বলিছে নিৰ্বাচনী গৰম বতাহ। আকৰ্ষণীয় হৈ উঠিছে আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান। সমান্তৰালকৈ দলীয় প্ৰাৰ্থীৰ হৈ জোৰদাৰ প্ৰচাৰত নামিছে ৰাজ্য চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ বিভাগৰ
মহানগৰীত বৃদ্ধি পাইছে ‘ভুৱা’ ভিক্ষাৰীৰ সংখ্যা৷ কামৰূপ (মেট্ৰ’) জিলা প্ৰশাসনৰ এক সমীক্ষা অনুসৰি মহানগৰীৰ প্ৰায় আধা ভিক্ষাৰী ‘ভুৱা’ বুলি ধৰা পৰিছে৷ ২০২৩ চনত জিলা প্ৰশাসনে ৪৫০০ ভিক্ষাৰী চিনাক্ত কৰিছে৷ ইয়াৰে
তেজপুৰত সংঘটিত হৈছে এক হৃদয় বিদায়ক ঘটনা। জীৱশ্ৰেষ্ঠৰ বৰ্বৰতাক লৈ এতিয়া উত্তাল হৈ পৰিছে ছ’চিয়েল মিডিয়া। কিমান নিষ্ঠুৰ হ’ব পাৰে জীৱশ্ৰেষ্ঠ, এই ঘটনাই সেই প্ৰশ্নকে অৱতাৰণা কৰিছে। এটা কণমানি কুকুৰ