বৰ্তমান সময়চোৱাৰ অসমৰ ৰাজনীতিত বিভিন্ন বিষয়বস্তুৰ মাজতে ইগৰাকীৰ পিছত সিগৰাকী ৰাজনীতিবিদৰ পত্নীলৈ বিভিন্ন আঙুলি উঠিছে। সেই বিষয়ে অসমৰ ৰাজনীতিত লাভ কৰিছে বিশেষ চৰ্চাও। এইসমূহৰ মাজতে বিশিষ্ট সাহিত্যিক ৰীতা চৌধুৰীয়ে মুকলিয়ে
মহাশিৱৰাত্ৰি হিন্দু ধৰ্মৰ এক গুৰুত্বপূৰ্ণ উৎসৱ। হিন্দু পঞ্জিকা অনুসৰি এই উৎসৱ প্ৰতি বছৰে ফাগুন মাহৰ কৃষ্ণ পক্ষৰ চতুৰ্দশী তাৰিখত পালন কৰা হয়। এই দিৱসটো শিৱ আৰু পাৰ্বতীৰ বিবাহৰ প্ৰতীক হিচাপেও
সকলো মানি ল’ব পাৰিলেও কিছুমান কথা মানি ল’ব নোৱাৰি, যেনে পৱিত্ৰ শিক্ষা বৃত্তিক কলংকিত কৰা ঘটনাবোৰ৷ এগৰাকী শিক্ষকৰ কু-কাণ্ডই স্তম্ভিত কৰি তুলিছে ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱক সমাজকো৷ এই ঘটনা সংঘটিত হৈছে,
কেঁচা কল, ডায়েবেটিছ ৰোগীৰ বাবে উপকাৰী হ’ব পাৰে কাৰণ ইয়াত চেনিৰ মাত্ৰা কম আৰু অধিক পৰিমাণৰ প্ৰতিৰোধী ষ্টাৰচ থাকে, যিয়ে তেজত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে। ইয়াক অলপ কেঁচাকৈ
চলি আছে বিশ্বৰ ভিতৰতেই অদ্বিতীয় ধাৰ্মিক পৰ্ব মহাকুম্ভ। মহাকুম্ভলৈ দেশী-বিদেশী পূণাৰ্থীয়ে ইতিমধ্যে ভিৰ কৰিছে। অসমৰ পৰাও বহু পূণাৰ্থীয়ে মহাকুম্ভলৈ ঢাপলি মেলিছে। তাৰ মাজতেই মৰিগাঁৱত পোহৰলৈ আহিছে প্ৰৱঞ্চনাৰ ঘটনা। ৰেল বিভাগৰ
আপুনিও সেইসকলৰ ভিতৰত আছেনে যিসকলে কিবা এটা খোৱাৰ পিছত পেটৰ ক্ৰেম্প আৰু বিষ অনুভৱ কৰে? ইয়াৰ বাবে লগে লগে ৱাশ্বৰুমলৈ দৌৰিব লাগে, তেতিয়া আপোনাৰ কিছুমান বেয়া অভ্যাসেই হয়তো ইয়াৰ কাৰণ
এখন দেশত মাত্ৰ এটা নিৰ্বাচন অনুষ্ঠিত কৰাৰ প্ৰয়াস চলি থকাৰ সময়তে চৰকাৰে একে লাইনত একেটা জাতিতে একে সময় কাৰ্যকৰী কৰাৰ কথাও চিন্তা কৰিছে। এই প্ৰেক্ষাপটত সময় ৰখাৰ প্ৰামাণিককৰণৰ বাবে চৰকাৰে
আন এক শিহৰণকাৰী ঘটনাই দেশজুৰি সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। পত্নীক নৃশংসভাৱে হত্যা কৰি কাটি টুকুৰা-টুকুৰ কৰি প্ৰেচাৰ কুকাৰত বইল কৰিলে দেহৰ টুকুৰা। ইয়াৰ পিছতেই পাষণ্ড স্বামীয়ে পত্নীৰ মৃতদেহৰ দেহৰ অৱশিষ্ট
শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ আমগুৰি আঞ্চলিক শাখাৰ ৫০ সংখ্যক বাৰ্ষিক অধিবেশনৰ সফল সামৰণি শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ আমগুৰি আঞ্চলিক শাখাৰ ৫০ সংখ্যক বাৰ্ষিক অধিবেশন খনি দুদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে আমগুৰি ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত
বাক্সাৰ ভেৱলা বুনবাৰীৰ দৰিদ্ৰ পৰিয়ালৰ ৰাজীৱ নাথ নামৰ লোকজন জটিল ৰোগত আক্ৰান্ত হৈছে। ৰাজীৱ নাথৰ আছে এটি ৪ বছৰীয়া কন্যা সন্তান। ৰাজীৱ নাথৰ মাতৃ-পত্নী তথা গাওঁবাসীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক