ডিজিটেল ডেস্কঃ মুখ্যমন্ত্ৰীৰ আগজাননী সচাঁ প্ৰমাণিত কৰিয়েই ৰাজ্যত প্ৰৱেশ কৰিলে কৰোনাৰ তৃতীয় ঢৌৱে! এই কথা প্ৰমাণ কৰিছে কৰোনাৰ বৰ্দ্ধিত সংক্ৰমণে। বুধবাৰৰ দিনটোত অসমত কৰোনাত আক্ৰান্তৰ সংখ্যা ৫৯১গৰাকী। ৪গৰাকী ৰোগীৰ মৃত্যু
ডিজিটেল ডেস্কঃ তৃতীয়বাৰৰ বাবে কৰোনাত আক্ৰান্ত বাবুল সুপ্ৰিয়। প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা বৰ্তমানৰ তৃণমূল কংগ্ৰেছৰ নেতা সুপ্ৰিয়ই এই কথা নিজা ছচিয়েল মিডিয়া পেইজযোগে অৱগত কৰিছে। পত্নী, পিতৃৰ লগতে তেওঁৰ সৈতে
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মঙলবাৰে এদিনীয়া ভ্ৰমণসূচীৰে উপস্থিত হয় মণিপুৰত। প্ৰায় ৪৮০০কোটিটকীয়া ২২টা প্ৰকল্পৰ শিলান্যাস কৰি তেওঁ ইম্ফলত সম্বোধন কৰে এখন জনসভা। জনসভা সম্বোধন কৰি তেওঁ কয়- মই আকাশী
ডিজিটেল ডেস্কঃ ১০ মিনিটৰ বাবে উপায়ুক্তৰ আসনত মাজুলীৰ ছাত্ৰী। সোমবাৰে উপায়ুক্তৰ দায়িত্ব গ্ৰহণ কৰিলে মাজুলীৰ ১৫ বছৰীয়া ছাত্ৰী এগৰাকীয়ে। ছাত্ৰীগৰাকী হৈছে মাজুলী খাৰজানপাৰ জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণী ছাত্ৰী
ডিজিটেল ডেস্কঃ দেশবাসীয়ে উলহ-মালহেৰে আদৰিলে ২০২২ক। চাৰিওফালে আনন্দ, স্ফূৰ্তি-তামাচা, কিন্তু এই আনন্দৰ সমান্তৰালভাৱে দেশৰ বৃদ্ধি পাইছে অমিক্ৰনত আক্ৰান্ত লোকৰ সংখ্যা। পহিলা দিনটোত দেশত অমিক্ৰনত আক্ৰান্ত লোকৰ সংখ্যা হৈছেগৈ ১,৪৩১। শুকুৰবাৰ
ডিজিটেল ডেস্কঃ বছৰৰ পহিলা দিনটোত কৰোনাই প্ৰাণ ললে ১জন লোকৰ। শেহতীয়াকৈ স্বাস্থ্য বিভাগে সদৰি কৰিছে এই তথ্য। ইফালে ২০২২ৰ প্ৰথম দিনটোত ১৫০গৰাকী লোক নতুনকৈ কৰোনাত আক্ৰান্ত হৈছে অসমত। ১৫০গৰাকীৰ ভিতৰত
ডিজিটেল ডেস্কঃ দলক শক্তিশালী কৰাৰ উদ্দেশ্যৰে ১০০০টকাৰ বৰঙণি আগবঢ়ালে মুখ্যমন্ত্ৰীয়ে। বছৰৰ পহিলা দিনটোতে এই বৰঙণি দললৈ আগবঢ়ায় মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰীৰ লগতে বিজেপি অসম প্ৰদেশৰ সভাপতি ভৱেশ কলিতাইও ১০০০টকাৰ বৰঙণি দললৈ আগবঢ়ায়।
ডিজিটল ডেস্কঃ নতুন বছৰত দেশৰ বিবাহিত লোকসকলৰ বাবে এটা ভাল খবৰ। প্ৰতিমাহে তেওঁলোকে লাভ কৰিব ১০হাজাৰকৈ টকা। Atal Pension Yojana- APYৰ যোগেদি এই ধন পেঞ্চন হিচাপে লাভ কৰিব। এই Atal
ডিজিটেল ডেস্কঃ দৰা হেৰাইছে- বাতৰি কাকতত এটা আজৱ বিজ্ঞাপন। দেশৰ এখন আগশাৰীৰ বাতৰি কাকতত এই বিজ্ঞাপন দেখি সকলো অবাক। ছচিয়েল মিডিয়াতো বনজুইৰ দৰে বিয়পি পৰিল বিজ্ঞাপনটো। বিজ্ঞাপনটো আছিল এইটো- বিজ্ঞাপনটো
ডিজিটেল ডেস্কঃ নৱবৰ্ষত সন্ত্ৰাসবাদী সংগঠনে মুম্বাইত কূটাঘাতমূলক কাৰ্যকলাপ সংঘটিত কৰাৰ পৰিকল্পনা কৰিছে। চোৰাংচোৱা সংস্থাৰ এই তথ্যৰ পাছতে সষ্টম হৈছে মুম্বাই আৰক্ষী। নৱবৰ্ষৰ প্ৰাকক্ষণত এই তথ্য লাভ কৰাৰ পাছতে সকলো আৰক্ষী