ডিজিটেল ডেস্কঃ অসমৰ সংবাদ ইতিহাসৰ অন্যতম নক্ষত্ৰই হৈছে পৰাগ কুমাৰ দাস৷ সংবাদজগতখনকেই অন্য মাত্ৰা প্ৰদান কৰা পৰাগ কুমাৰ দাসৰ কলমৰ ধাৰে ভীতিগ্ৰস্থ কৰিছিল বহুজনক৷ কলমেৰেই উদঙাই দিছিল এটাৰ পিছত আনটো
ডিজিটেল ডেস্কঃ দেওবাৰে বোকাখাত সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা৷ বোকখাতৰ বি ডি এম ৰোডত সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে এগৰাকী মহিলাই। দুই পুত্ৰসহ বোকাখাতৰ মাতৃ গৃহলৈ স্কুটীৰে
ডিজিটেল ডেস্কঃ কৰোনাই বিদায় লোৱাৰ সময়তে শেহতীয়াকৈ বিট্ৰেইনৰ ৰাণী এলিজাবেথ আক্ৰান্ত হৈছে কৰোনাত৷ শেহতীয়াকৈ তেওঁক কৰা পৰীক্ষা ফলাফল আহিছে পজিটিভ৷ কৰোনাৰ সংক্ৰমণ ধৰা পৰিছে যদিও ৯৫বছৰীয়া ৰাণী এলিজাবেথৰ স্বাস্থ্য সম্পূৰ্ণৰূপে
ডিজিটেল ডেস্কঃ দেওবাৰৰ কেবিনেটৰ বৈঠকৰ পাছতে মুখ্যমন্ত্ৰীয়ে সম্বোধন কৰে এখনি সংবাদমেলৰ৷ সংবাদমেল সম্বোধন কৰি ডঃ শৰ্মাই কয়- অহা ২৫ডিচেম্বৰত অসমলৈ আহিব ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ৷ ৰাজ্য চৰকাৰে শেহতীয়াকৈ গ্ৰহণ কৰা দুটা
ডিজিটেল ডেস্কঃ শুকুৰবাৰে অসমৰ মুখ্যমন্ত্ৰীয়ে মহাৰাষ্ট্ৰত মুকলি কৰে শ্ৰীশংকৰদেৱ নামঘৰ আৰু সামাজিক-সাংস্কৃতিক কেন্দ্ৰৰ আধাৰশিলা৷ মহাৰাষ্ট্ৰৰ ৰাইগড় জিলাৰ কৰজত অঞ্চলৰ পোচাৰি আৰু টাওৰে গাঁৱৰ ৰাইজৰ উদ্যোগত তথা মুম্বাইৰ প্ৰবাসী অসমীয়া সমাজৰ
ডিজিটেল ডেস্কঃ লখিমপুৰ মেডিকেল কলেজ আৰু হস্পাতালৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি বহুকেইটা গুৰুত্বপূৰ্ণ ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ তেওঁ কয়- ৫১৪ খন বিচনাৰ লগতে আনুসাংগিক আন্তঃগাঁথনি ,৮০ টা আই
ডিজিটেল ডেস্কঃ দলৰ ভিতৰতে চলি থকা সংঘাতৰ যেন কেতিয়াও ওৰ নপৰিব কংগ্ৰেছৰ। শেহতীয়াকৈ পৌৰ নিৰ্বাচনৰ প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত ইমান চৰম পৰ্যায় পালেগৈ যে, দলৰ কাৰ্যালয়তে তলা ওলমালে ক্ষুব্ধ কংগ্ৰেছীয়ে। তেজপুৰত সংঘটিত
ডিজিটেল ডেস্কঃ পুনৰ কাৰাগাৰলৈ যাব পাৰে প্ৰাক্তন কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী লালু প্ৰসাদ যাদৱ৷ জামিনত মুকলি আকাশৰ তলত থাকিলেও লালুৰ পশু খাদ্য কেলেংকাৰী প্ৰসংগ পুনৰ সক্ৰিয় হৈছে৷ লালু প্ৰসাদ যাদৱৰ এই
ডিজিটেল ডেস্কঃ অপৰাধীলৈ ৰম্যভূমিলৈ পৰিণত হৈছে গুৱাহাটী মহানগৰ৷ মঙলবাৰে গুৱাহাটী ৰে’লৱে ষ্টেচনত জব্দ হৈছে বৃহৎ পৰিমাণৰ ধন। পল্টন বজাৰ ষ্টেচনত জব্দ কৰা হৈছে ১ কোটি ৪৮ লাখ ৩০ হাজাৰ ৬০০
ডিজিটেল ডেস্কঃ মাজুলী উপ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছতে অসম বিধানসভাৰ বাজেট অধিৱেশন আৰম্ভ হ’ব৷ ১৪মাৰ্চৰ পৰা আৰম্ভ হ’বলগীয়া এই অধিবেশন চলিব ১এপ্ৰিলৰ লৈকে৷ এক বিশেষ সূত্ৰৰ খবৰ অনুসৰি ১৬মাৰ্চত বাজেট