ডিজিটেল ডেস্কঃ প্ৰচণ্ড শিলাবৃষ্টি। ঘৰৰ মূধচ ফুটি যোৱা এই শিলাবৃষ্টি সোমবাৰে বিয়লি চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ এলেকাত সংঘটিত হয়। এই শিলাবৃষ্টিত কৃষি পথাৰৰ বিস্তৰ ক্ষতি সাধন হোৱাৰ লগতে কেইবাখনো গাঁৱৰ
ডিজিটেল ডেস্কঃ কৰ্কট ৰোগত আক্ৰান্ত অভিনেতা কিশোৰ দাসলৈ মুখ্যমন্ত্ৰী পুজিৰ পৰা আগবঢ়ালে ২.৫লাখ টকা। ইতিমধ্যে হেলথ চিটী হস্পাতালত উপস্থিত হৈ এই ধনৰাশি প্ৰদান কৰে অভিনেতাগৰাকীৰ পৰিয়ালক। ইফালে অসম চলচ্চিত্ৰ বিত্তীয়
ডিজিটেল ডেস্কঃ ১মাৰ্চৰ পৰা গাখীৰ কিনিবলৈ যাওতে জেপত ২টকা বেছিকৈ লৈ যাওক। কিয়নো ১মাৰ্চৰ পৰা বাঢ়িব আমুল গাখীৰৰ দাম। প্ৰতি লিটাৰ গাখীৰত ২টকাকৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে আমূলে। GCMMFয়ে ১মাৰ্চৰ
ডিজিটেল ডেস্কঃ কাইলৈ শিৱৰাত্ৰী। ভগৱান শিৱৰ উপাসনাৰে মুখৰিত হ’ব দেশ।শিৱৰাত্ৰীৰ প্ৰাকক্ষণত আপুনি কেনেদৰে কটাব বা শিৱৰাত্ৰীৰ অনুষ্ঠানত কেনেধৰণৰ গীত শুনিব এই লৈ চিন্তিত বহুজন। মহাদেৱক আৰাধনামূলক বহু গীত আছে যদিও
ডিজিটেল ডেস্কঃ অৱশেষত যেন ক্ষাম কাটিছে যুদ্ধৰ। সোমবাৰে বিয়লি ৩-৩০ মিনিটৰ পৰা আৰম্ভ হৈছে ৰাছিয়া-ইউক্ৰেইনৰ মাজৰ বৈঠক। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে যদিও পোনতে বেলাৰুছত আলোচনাত বহিবলৈ অস্বীকাৰ কৰিছিল শেষলৈ ইউক্ৰেনিয়ানবাসীৰ নিৰাপত্তাৰ
ডিজিটেল ডেস্কঃ ৰেম্প ৱাক এৰি হাতত অস্ত্ৰ তুলি লৈছে ইউক্ৰেইনৰ এগৰাকী মডেলে৷ দেশ মাতৃক ৰক্ষাৰ বাবে আগবাঢ়ি আহিছে যুৱতী গৰাকী৷ ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণৰ পিছত, ইউক্ৰেইনৰ সাধাৰণ লোকসকলে ৰাছিয়াৰ বিৰুদ্ধে যুঁজিবলৈ
ডিজিটেল ডেস্কঃ ইউক্ৰেইনৰ জনতাৰ হাতত এক নতুন অস্ত্ৰ৷ অস্ত্ৰ বনোৱাত ব্যস্ত হৈ পৰিছে ইউক্ৰেইনৰ যুৱক-যুৱতী৷ ৰুছ সেনাক ৰুধিবলৈ পেট্ৰল আৰু কাঁচৰে তৈয়াৰ কৰিছে মলটভ৷ কেৱল মাত্ৰ ৰাজধানী কিয়েভতেই নহয়, সমগ্ৰ
ডিজিটেল ডেস্কঃ মুক্তিৰ দিনাই হিন্দী ছবি গংগুবাঈয়ে ৰচিলে অভিলেখ৷ মুক্তিৰ প্ৰথম দিনাই ছবিখনে উপাৰ্জন কৰে ১০.৫কোটি টকা৷ সঞ্জয় লীলা ভঞ্চালীৰ দ্বাৰা পৰিচালিত ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে আলিয়া ভট্টে (Alia
ডিজিটেল ডেস্কঃ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলনস্কিয়ে যুদ্ধৰ মাজতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰশংসাত পঞ্চমুখ হ’ল৷ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে শনিবাৰে টুইট কৰি তেওঁ প্ৰধানমন্ত্ৰী মোডীৰ সৈতে হোৱা আলোচনাৰ বিষয়ে অৱগত কৰিছে। উল্লেখ্যে
ডিজিটেল ডেস্কঃ আৰম্ভ হ’ল ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধ। বিভিন্ন দেশে দিয়া বাধাক নেওচি ৰাছিয়াই আক্ৰমণ কৰিছে ইউক্ৰেইনক। যুদ্ধৰ প্ৰথম দিনটোতেই ইউক্ৰেইনৰ ওপৰত উপৰ্যুপৰি মিছাইল আক্ৰমণকে ধৰি আকাশমাৰ্গেৰে চলাইছে আক্ৰমণ। ইউক্ৰেইনৰ বৈদেশিক মন্ত্ৰালয়ে