ডিজিটেল ডেস্কঃ ৬৮ বছৰীয়া এগৰাকী বৃদ্ধ। ফুটপাথত কমলা বেচে এই বৃদ্ধগৰাকীয়ে। ফুটপাথত কমলা বেছা একাংশ লোকৰ মাজৰে তেৱোঁ এজন। এবাৰ এজন গ্ৰাহকে কমলাৰ দাম ইংৰাজীত সোধাত ক’ব পৰা নাছিল এই
ডিজিটেল ডেস্কঃ সোমবাৰে দুপৰীয়াৰ ভাগত মুম্বাই পুলিছলৈ এটা ফোন আহিল৷ সেই ফোনকলটো ৰিচিভ কৰাৰ পাছতে সমগ্ৰ মুম্বাই প্ৰশাসনত এক প্ৰকাৰৰ হাঁহাকাৰ পৰিৱেশ৷ এজন টেক্সী চালকৰ পৰা মুম্বাই পুলিছলৈ আহিছিল সেই
ডিজিটেল ডেস্কঃ ১৯ নৱেম্বৰত নতুন কিবা নতুন কামৰ কথা ভাৱিছে নেকি? যদিহে ভাৱিছে সকলো কাম পাৰিলে দিনৰ ১বজাৰ আগেয়েই সমাপন কৰিবলৈ চেষ্টা কৰক, কিয়নো ১৯নৱেম্বৰৰ দিনৰ ১.৩০বজাৰ পৰা আৰম্ভ হব
ডিজিটেল ডেস্কঃ বিশ্বৰ শক্তিশালী দেশৰ ৰাষ্ট্ৰনেতা এতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীৰ সৈতে তুলনাহীন৷ বিশ্বৰ মহা শক্তিধৰ দেশৰ ৰাষ্ট্ৰনেতাক চেৰ পেলাই জনপ্ৰিয়তাৰ শীৰ্ষত দেশৰ প্ৰধানমন্ত্ৰী মোদী৷ মাৰ্কিন গৱেষণা প্ৰতিষ্ঠান ‘মৰ্ণিং কনচাল্টে’ চলোৱা
ডিজিটেল ডেস্কঃ মহাকাশত বিজ্ঞানীমহলে প্ৰত্যেক দিনেই চলাই আছে বিভিন্ন গৱেষণা। শেহতীয়াকৈ চাৰিজন মহাকাশচাৰীসহিতে ছয় মাহৰ বাবে মহাকাশলৈ পঠিওৱা হৈছিল এখন যান। মহাকাশত ছমাহ ধৰি থকা এই মহাকাশযানখনে পৃথিৱীলৈ ঘূ্ৰি অহাৰ
গুৱাহাটীঃ এআইইউডিএফৰ বিধায়ক আমিনুল ইছলাম মানেই যেন বিতৰ্ক। এটাৰ পিছত এটাকৈ বিতৰ্কিত মন্তব্য কৰি সততে চৰ্চিত হৈ থকা বিধায়ক আমিনুলে শেহতীয়াকৈ অসম আৰু অসমীয়াক লৈ আন এক উদ্ভট মন্তব্য কৰা
ডিজিটেল ডেস্কঃ ৫ নৱেম্বৰ, ড° ভূপেন হাজৰিকাৰ মৃত্যু দিন। ৫ নৱেম্বৰ ২০১১ ত আমাৰ মাজৰ পৰা আতঁৰি গৈছিল সুধাকণ্ঠ। আজি সুধাকণ্ঠৰ দশম মৃত্যু বাৰ্ষিক। সমগ্ৰ ৰাজ্যতে আজি গীতে মাতে সোঁৱৰিছে
ডিজিটেল ডেস্কঃ তালিবানে আফগানিস্তান দখল কৰাৰ পিছতে সমগ্ৰতে তালিবানীৰাজৰ বৰ্বৰতাৰ বিষয়টোৱে চৰ্চা লাভ কৰিছে। তালিবানে আফগানিস্তানত তালিবানীৰাজক লৈ ৰাষ্ট্ৰসংঘইয়ো নিজা মতামত আগবঢ়াইছিল লগতে বিশ্বৰ সকলো দেশকে আফগানিস্তানৰ সপক্ষে থিয় হোৱাৰ
ডিজিটেল ডেস্কঃ চীনৰ টেনিছ তাৰকাই প্ৰাক্তন উপ প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে যৌন উৎপীড়নৰ অভিযোগ উত্থাপন কৰিছে। চীনা টেনিছ তাৰকা পেং চুই (পেং চুয়াই) চীনৰ এজন জ্যেষ্ঠ নেতাৰ বিৰুদ্ধে চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰিছে।
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে উত্তৰাখণ্ডৰ ৰুদ্ৰপ্ৰয়াগ জিলাৰ কেদাৰনাথ মন্দিৰৰ চৌহদত আদি শংকৰাচাৰ্যৰ প্ৰতিমূৰ্তি উন্মোচন কৰে। ২০১৩ চনৰ উত্তৰাখণ্ডৰ বানপানীত ধ্বংস হোৱাৰ পিছত আদি শংকৰাচাৰ্যৰ সমাধি পুনৰ নিৰ্মাণ কৰা