ডিজিটেল ডেস্কঃ কৰিমগঞ্জৰ বৈঠাখালত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে৷ এখন অটোৰিক্সা আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষৰ ফলত ১০ জন লোক নিহত হোৱাৰ লগতে এজন লোক আহত হোৱা বুলি জানিব পৰা গৈছে৷
ডিজিটেল ডেস্কঃ খিলাড়ী কুমাৰৰ ছবি মানেই ছুপাৰহিট। তাতে যদি ছবিখনৰ পৰিচালনা কৰে ৰোহিত চেট্টীৰ দৰে পৰিচালকে তেন্তেতো কথাই নাই। আৰু অভূতপূৰ্ব এক সোৱাদ দৰ্শকে পোৱাৰ বাবেই Sooryavanshiয়ে এতিয়া প্ৰতিটো দিনাই
ডিজিটেল ডেস্কঃ সমগ্ৰ অসমবাসীয়ে তাইৰ আশু-আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিছিল। বহুতে তাইৰ কুশল কামনা কৰি জ্বলাইছিল চাকি। বহুতে পাৰ্যমানে তাইক সহায়ো কৰিছিল। কিন্তু সকলো বিফল হল। অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে
ডিজিটেল ডেস্কঃ বিশ্বৰ ডিজিটেল ক্ষেত্ৰখনত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আছে এক বিশেষ প্ৰভাৱ। ফেচবুক, টুইটাৰ, ইনষ্টাগ্ৰামকে ধৰি ছচিয়েল মিডিয়াৰ সকলো চাইটতে প্ৰধানমন্ত্ৰী মোদীৰ আছে কোটি কোটি অনুৰাগী। শেহতীয়াকৈ টুইটাৰে প্ৰকাশ
ডিজিটেল ডেস্কঃ হ্ৰাস হোৱা নাই ক’ৰণা মহামাৰীৰ ভয়াৱহতা। ক’ৰণাৰ ভয়াৱহতাৰ মাজতে ভাৰতত বৃদ্ধি হৈছে অন্য এবিধ ভাইৰাছৰ আতংক৷ ডেংগুৰ লগতে জিকা ভাইৰাছৰ সংক্ৰমণে এতিয়া চিন্তিত কৰিছে দেশবাসীক৷ ভাৰতৰ বহুকেইখন ৰাজ্যত
ডিজিটেল ডেস্কঃ মুছলমানৰ আগ্ৰাসন চলিছে সমগ্ৰ পৃথিৱীত৷ এই কথা মিছা আখ্যা দি খোদ মুছলমান অধ্যুষিত দেশতেই নিৰ্মাণ হ’ব হিন্দু মন্দিৰ৷ পাকিস্তানৰ ৰাজধানী ইছলামাবাদত নিৰ্মাণৰ কাম হাতত লোৱা হৈছে এটা হিন্দু
ডিজিটেল ডেস্কঃ অসমীয়া ছবি জগতৰ বাবে সুখবৰ। অসমীয়া ছবিয়ে জিনিছে জগত। প্ৰথমবাৰৰ বাবে আন্তৰাষ্ট্ৰীয় পুৰস্কাৰ অস্কাৰৰ দৌৰত চামিল হৈছে অসমীয়া ছবি। অসমীয়া ছবি ‘ব্ৰিজে’ ধাৰাবাহিক ভাৱে আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত কেইবাটাও বঁটা
ডিজিটেল ডেস্কঃ সোমবাৰে মৰণোত্তৰভাৱে পদ্মভূষণ সন্মানেৰে সন্মানিত কৰা হয় অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক৷ ঘোৰ কংগ্ৰেছী আছিল প্ৰয়াত গগৈ৷ একেৰাহে ১৫ টাকৈ কাৰ্যকালৰ বাবে অসমত চৰকাৰ চলাইছিল এইগৰাকী কংগ্ৰেছ নেতাই৷
ডিজিটেল ডেস্কঃ পদ্ম সন্মান। দেশৰ সৰ্বোচ্চ অসামৰিক পদ্ম সন্মান এইবাৰ প্ৰদান কৰা হয় দেশৰ ভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়োৱা বহুকেইগৰাকী বিশিষ্ট লোকক। ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ৰাষ্ট্ৰপতি ভৱনৰ এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰদান
ডিজিটেল ডেস্কঃ পেট্ৰল-ডিজেলৰ অভাৱনীয় মূল্যবৃদ্ধিৰ পৰা কিছু সকাহ প্ৰদান কৰি কিছুদিনৰ পূৰ্বে কেন্দ্ৰৰ লগতে বিজেপি শাসিত কেইবাখনো ৰাজ্যই হ্ৰাস কৰিছিল ইন্ধনৰ ওপৰত আৰোপ কৰা ভেট। ইয়াৰ লগতে অসমকে ধৰি বহুকেইখন ৰাজ্যত