ডিজিটেল ডেস্কঃ আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী, ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ীৰ ৯৭ সংখ্যক জন্মজয়ন্তী। বাজপেয়ীৰ জন্মজয়ন্তী উপলক্ষে সমাধিস্থলীত উপস্থিত থাকে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙ, লোকসভাৰ অধ্যক্ষ ওম বিৰালা, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী,
ডিজিটেল ডেস্কঃ ৰাজ্যত নাইকিয়া হ’ব মধ্যভোগী। দালালৰ পিছতেই এইবাৰ মধ্যভোগীক লৈ সৰব হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মধ্যভোগীৰ গ্ৰাসত পৰি প্ৰকৃত কৃষকে উৎপাদিত ফচলৰ প্ৰকৃত মূল্যৰ পৰা বঞ্চিত হৈ আহিছে
ডিজিটেল ডেস্কঃ সাহিত্যিক, কথাশিল্পী ইমৰাণ শ্বাহক আনুষ্ঠানিক ভাৱে প্ৰদান কৰা হৈছে পদ্মশ্ৰী সন্মান। শনিবাৰে কথাশিল্পী গৰাকীৰ শিৱসাগৰৰ ধাইআলিস্থিত বাসগৃহত প্ৰদান কৰা হৈছে এই বঁটা। শিৱসাগৰৰ জিলা উপায়ুক্ত মেঘনিধি দাহালে উপস্থিত
ডিজিটেল ডেস্কঃ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অসম প্ৰদেশ কংগ্ৰেছৰ উদ্যোগত তিনিদিনীয়াকৈ আয়োজন কৰা হৈছে বিশেষ প্ৰশিক্ষণ শিৱিৰৰ। বুধবাৰে পুৱা পতাকা উত্তোলনেৰে শুভাৰম্ভ প্ৰদেশ কংগ্ৰেছৰ তিনিদিনীয়া বিধায়ক কৰ্মশালাৰ। ৰাজ্যখনৰ
ডিজিটেল ডেস্কঃ অযোধ্যালৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। পত্নী সহিতে কাশীলৈ যোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মঙ্গলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰে বিজেপি শাসিত অন্য ৰাজ্যৰ মুখ্যমন্ত্ৰীৰে বৈঠকত মিলিত হৈছিল। এই বৈঠকত ৰাজ্যসমূহৰ
ডিজিটেল ডেস্কঃ লংকেশ্বৰ দাস স্মৃতি ন্যাসৰ উদ্যোগত হালোগাওঁ সেৱক সংঘ আৰু পুথিভঁৰালৰ সহযোগত বিগত দুটা বৰ্ষৰ দৰে এইবাৰো দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে শশাংক দাস কলিতা সোঁৱৰণী ৰূপালীম একাঙ্কিকা নাট
ডিজিটেল ডেস্কঃ বিশিষ্ট সাংবাদিক, সাহিত্যিক হোমেন বৰগোহাঁঞিৰ আজি ওপজা দিন। সাহিত্যিক গৰাকীৰ অনুপস্থিতিটো আজি ৰাজ্যৰ ভিন্নপ্ৰান্তত জন্মদিন উপলক্ষে আয়োজন কৰা হৈছে বিভিন্ন অনুষ্ঠানৰ। একাধাৰে সাংবাদিক, সাহিত্যিক, গল্পকাৰ, ঔপন্যাসিক হোমেন বৰগোহাঁঞিৰ
ডিজিটেল ডেস্কঃ অসম চৰকাৰে ৰাজ্যখনৰ ২৩ জন বিশিষ্ট সাহিত্যিকক সাহিত্যিক পেঞ্চন দিয়াৰ কথা ঘোষণা কৰিছে। দেওবাৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে সংবাদমেলযোগে এই কথা ঘোষণা কৰিছে। ৰাজ্যৰ ২৩ গৰাকী সাহিত্যিক ক্ৰমে ৰঞ্জু
ডিজিটেল ডেস্কঃ ২০২১ বৰ্ষৰ অসম দিৱসত কণ্ঠশিল্পী জুবিন গাৰ্গলৈ আগবঢ়োৱা হৈছে চুকাফা বঁটা। সোণাৰিত আয়োজিত চুকাফা দিৱসত কণ্ঠশিল্পীজনলৈ আগবঢ়োৱা হৈছে এই সন্মান। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰথমবাৰৰ বাবে এই
ডিজিটেল ডেস্কঃ গ্ৰন্থমেলাৰ বতৰ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰম্ভ হৈছে গ্ৰন্থমেলাসমূহ৷ গুৱাহাটীত গ্ৰন্তমেলা হ’বনে নহয় এই বিষয়টোক লৈ প্ৰশ্নও উত্থাপিত হৈ আছিল যদিও বুধবাৰে অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি