1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 4, 2025, 3:28 pm
সভা-সমিতি

মই আপোনাৰ দৰে হ’বলৈ চেষ্টা কৰি আছো, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক লগ পোৱাৰ পাছত ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেল’নীৰ কথোপথন হৈছে ভাইৰেল

কানাডাৰ কানানাস্কিছত অনুষ্ঠিত জি-৭ সন্মিলনৰ সময়ত মঙলবাৰে ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেল’নীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰে। তেওঁলোকৰ সাক্ষাৎৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত। প্ৰধানমন্ত্ৰী মোডীক লগ পোৱাৰ পিছত মেলনীয়ে read more

ইউএছটিএমৰ উদ্যোগত ৰাজনীতি আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক শীৰ্ষক আলোচনা চক্ৰ

ডিজিটেল ডেস্কঃ ৰাজনীতি আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ ওপৰত ইউএছটিএমত সমগ্ৰ ভাৰতৰ প্ৰতিনিধিসকলৰ এক চিন্তাকৰ্ষক আলোচনা চক্ৰ সম্পন্ন হয়। ইউএছটিএ-ৰ ৰাজনীতি বিজ্ঞান বিভাগ, দিছপুৰ মহাবিদ্যালয়, কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ৰ সহযোগত ১৩ আৰু

read more

সুৰক্ষিত যাতায়াতৰ লগতে পৰ্যটন ক্ষেত্ৰলৈ মানসম্পন্ন সেৱা আগবঢ়োৱাৰ লক্ষ্যৰে পঞ্চাছ গৰাকী অগ্ৰণী মহিলাক গাড়ীচালনাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ দক্ষতা প্ৰশিক্ষণ…

ডিজিটেল ডেস্কঃ সমাজৰ বিভিন্ন ক্ষেত্ৰত জড়িত হৈ নিজস্ব সামৰ্থ আৰু কৰ্ম-প্ৰতিভাৰে সেৱা আগবঢ়াই অহা এচাম পাৰদৰ্শী মহিলাক গাড়ী চালনাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ উন্নত প্ৰশিক্ষণেৰে দক্ষতাসম্পন্ন চালক হিচাপে গঢ়ি তোলাৰ বাবে কামৰূপ

read more

অইলৰ বিৰুদ্ধে ল’ব প্ৰতিবাদী কাৰ্যসূচী, হুংকাৰ দুলীয়াজান আছুৰ

ডিজিটেল ডেস্কঃ দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি বুবুল তালুকদাৰ আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক প্ৰদীপ চেত্ৰীয়ে এক প্ৰেছ বিবৃতিত জনাই যে, জয়ানগৰ তিনিআলিৰ পৰা ৬ নং তিনিআলি সংযোগী দুলীয়াজান মহাবিদ্যালয়ৰ মূল

read more

কোকৰাঝাৰত গুৰুদেৱ কালীচৰণ ব্ৰহ্মৰ জন্ম জয়ন্তী উদযাপন…

ডিজিটেল ডেস্কঃ বড়ো জনগোষ্ঠীৰ ধৰ্মগুৰু তথা সমাজ সংস্কাৰক মহাপুৰুষ গুৰুদেৱ কালীচৰন ব্ৰহ্মৰ ১৬৩ তম জন্মজয়ন্তী আজি কোকৰাঝাৰ চহৰৰ দেৱৰগাওঁস্থিত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ চৌহদত দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়৷ উল্লেখ্য যে, বিটিআৰ

read more

© All rights reserved © Current Trend Assam
Customized By BlogTheme