ডিজিটেল ডেস্কঃ দেশবাসীৰ বাবে সু-খবৰ। বিশ্ব দৰবাৰত পুনৰ জিলিকিল ভাৰতৰ নাম। ৯৪ তম একাডেমী বঁটা ২০২২ বৰ্ষৰ অস্কাৰ বঁটা লাভ কৰিলে নমিট মালহত্ৰাই। “DUNE” ছবিখনৰ গ্ৰাফিক্সৰ কামত কৰ্মৰত আছিল নমিট।
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ মুক্তি লাভ কৰা বহু চৰ্চিত ছবি ‘‘দ্যা কাশ্মীৰ ফাইলছ’’ য়ে বক্স অফিছত ধুমুহাৰ সৃষ্টি কৰিছে৷ এই ছবিখনক লৈ বিভিন্নজনে ভিন্ন মন্তব্য কৰিছে৷ ছবিখনত দেখুওৱা প্ৰতিটো ঘটনাই প্ৰতিগৰাকী
ডিজিটেল ডেস্কঃ পৃথিৱীৰ এনেকুৱা কিছুমান ঠাই আছে য’ত মানুহে খাদ্যৰ অভাৱত মৃত্যু মুখত পৰে৷ সমাজত এনুকুৱা লোক আছে যাৰ থাকিবলৈ সৰু পজা এটি নাই, ৰাজপথৰ ফুটপাথতেই জীৱন অতিবাহিত কৰি আছে
ডিজিটেল ডেস্কঃ মনৰ ইচ্ছা পূৰণ কৰিবলৈ মানুহে নকৰে কি? মন যোৱাৰ বাবেই এগৰাকী যুৱকে লৈছে ব্যক্তিক্ৰমী পদক্ষেপ। নিজৰ সৰ্বশৰীৰত অংকণ কৰিছে টেটু। মন যোৱাৰ বাবেই ৩৩ লাখ টকা ব্যয়ৰে অংকণ
ডিজিটেল ডেস্কঃ এইবাৰ দক্ষিণাত্যৰ কানাড়া ছবিত জিলিকিল অসম কন্যাৰ নাম। ২০১৮ চনৰ ডিচেম্বৰ মাহত মুক্তি লাভ কৰা বহুচৰ্চিত ছবি “KGF chapter 1”-এ দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল। সমান্তৰালভাৱে
ডিজিটেল ডেস্কঃ এটা গীতৰ জৰিয়তে সমগ্ৰ বিশ্বতে ভাইৰেল হৈ পৰে এগৰাকী ব্যক্তি৷ কাঁচা বাদাম বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰা এইগৰাকী ব্যক্তি হৈছে ভূৱন বাদ্যকৰ৷ তেওঁ বাদাম বিক্ৰী কৰাৰ সময়ত এটা
ডিজিটেল ডেস্কঃ বলিউডৰ এগৰাকী মোহময়ী অভিনেত্ৰী সোনম কাপুৰ৷ ২০১৮ চনৰ মে মাহত আনন্দ আহুজাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল অভিনেত্ৰী সোনম কাপুৰ৷ বলিউডৰ আগশাৰীৰ বহু তাৰকাৰ সৈতে বিভিন্ন ছবিত দেখা পোৱা
ডিজিটেল ডেস্কঃ একাধিক ৰাষ্ট্ৰীয় আৰু আন্তৰ্জাতিক বঁটা প্ৰাপ্তিৰে ইতিমধ্যে বিশ্বজুৰি জিলিকি উঠা আইমী বৰুৱাৰ বহুল সমাদৃত ছবি “চেমখৰ” য়ে পুনৰ বুটলিবলৈ সক্ষম হ’ল আন এক অতি মৰ্যদাসম্পন্ন আন্ত:ৰাষ্ট্ৰীয় সন্মান। বেংগালুৰু
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশত বিজেপিৰ জয়ধ্বংজা৷ এই পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনত পঞ্জাৱৰ বাহিৰে চাৰিখনকৈ ৰাজ্যত জয়ধ্বনি দিবলৈ সক্ষম হৈছে বিজেপি চৰকাৰ৷ বিধানসভা নিৰ্বাচনত অত্যন্ত গুৰুত্বপূৰ্ণ আছিল উত্তৰ প্ৰদেশৰ নিৰ্বাচন, এই
ডিজিটেল ডেস্কঃ কাইলৈ শিৱৰাত্ৰী। ভগৱান শিৱৰ উপাসনাৰে মুখৰিত হ’ব দেশ।শিৱৰাত্ৰীৰ প্ৰাকক্ষণত আপুনি কেনেদৰে কটাব বা শিৱৰাত্ৰীৰ অনুষ্ঠানত কেনেধৰণৰ গীত শুনিব এই লৈ চিন্তিত বহুজন। মহাদেৱক আৰাধনামূলক বহু গীত আছে যদিও