প্ৰতিজন পিতৃ-মাতৃয়েই নিজৰ সন্তানক এজন ভাল মানুহ হোৱাটো বিচাৰে, কিন্তু ইয়াৰ বাবে শিশুক সৰুৰে পৰাই কিছুমান কথা শিকোৱাটো খুবেই জৰুৰী যাতে তেওঁ ডাঙৰ হ’লে ভুল অভ্যাস গ্ৰহণ নকৰে । .
ক) ঘিউৰ ব্যৱহাৰে পাচন তন্ত্ৰ উন্নত কৰে। ৰাতিপুৱা ইয়াক কম পৰিমাণে সেৱন কৰিলে পাচন তন্ত্ৰ উন্নত হয়। ই পুষ্টি আহৰণত সহায় কৰাৰ লগতে অন্ত্ৰৰ স্বাস্থ্যও উন্নত কৰি ৰাখে। খ) ঘিউত
পোহৰলৈ আহিছে মহাৰাষ্ট্ৰৰ পুনেৰ পৰা এক চাঞ্চল্যকৰ ঘটনা। য’ত ঘৰতে গৰ্ভপাত কৰি ২৪ বছৰীয়া এগৰাকী মহিলাৰ মৃত্যু হয়। ঘটনাৰ পিছতে আৰক্ষীয়ে গোচৰটোত ব্যৱস্থা গ্ৰহণ কৰি মৃত মহিলাগৰাকীৰ স্বামী আৰু শহুৰেকক
ব্ৰিটেইনৰ আটাইতকৈ কম বয়সীয়া শিক্ষক তেওঁ, নাম এডউইন জুকোভছ। লিংকনশ্বাৰৰ বষ্টনৰ এজন ১৭বছৰীয়া ছাত্ৰ ব্ৰিটেইনৰ আটাইতকৈ কম বয়সীয়া শিক্ষক। যিয়ে তেওঁতকৈ কেইবছৰমান সৰু ল’ৰা-ছোৱালীক পাঠদান কৰায়। ১৭বছৰীয়া এডউইন জুকোভছে স্থানীয়
নাটাছা ষ্টেনকভিচ আৰু হাৰ্দিক পাণ্ডিয়াই চলিত বৰ্ষৰ জুলাই মাহত বিবাহ বিচ্ছেদৰ কথা ঘোষণা কৰিছিল। দুয়োজনে একেলগে এক বিবৃতি প্ৰকাশ কৰে, য’ত তেওঁলোকে কয় যে চাৰি বছৰ একেলগে থকাৰ পিছত পাৰস্পৰিক
হিকটি অভিজ্ঞতা নথকা মানুহ বিশ্বত বিৰল৷ শিশুৰ পৰা বৃদ্ধলৈ, পুৰুষ-মহিলা আটাইৰে জীৱনকালত কেতিয়াবা নহয় কেতিয়াবা হিকটিৰ অনুভৱ হোৱাটো এক স্বাভাৱিক পৰিঘটনা ৷ দেখা যায় মহিলাৰ তুলনাত পুৰুষৰ হিকটি বেচিকৈ আহে৷
১) পানী লগা অসুখত গোল নেমুৰ ৰস বা গুটি পিহি খালে এই ৰোগ নিৰাময় হয়। ২) মূৰ ঘূৰণি আৰু মূৰৰ বিষ হ’লে নাৰিকলৰ তেলৰ লগত নেমুৰ ৰস মিহলাই মূৰত লগালে
সৌন্দৰ্য চৰ্চা ডেকা-গাভৰুৰ পৰা প্ৰাপ্ত বয়স্কৰ লোকসকলৰ লৈকে নিজকে কম বেছি পৰিমাণে নিজকে ধুনীয়া কৰি ৰাখিব বিচাৰে। ধুনীয়া ছালৰ গৰাকী, সুন্দৰ চুলিৰ গৰাকী হোৱাটো প্ৰায় সকলোৰে আশা। পিছে নিজৰ চুলিকোছা
ষ্টেণ্ডফৰ্ড বিশ্ববিদ্যালয়ে প্ৰকাশ কৰা বিশ্বৰ শ্ৰেষ্ঠ ২ শতাংশ বিজ্ঞানীৰ তালিকাত নিজৰ নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হৈছে ছিপাঝাৰ গেৰেণ্ট গাঁৱৰ ডঃ সাগৰ ভট্টৰায় নামৰ যুৱকজনে। বিগত ৫ বছৰে পুনৰ নৱীকৰণ শক্তি
পৰিৱৰ্তনশীল বতৰ বা যিকোনো এলাৰ্জিৰ বাবে কেতিয়াবা নাকত খজুৱতি হয়। নাকত ধূলি-মাটি সোমালেও খজুৱতি হয়। কিন্তু যদি এই খজুৱতি দীৰ্ঘদিনলৈ থাকে, তেন্তে ই বহু সমস্যাৰ সৃষ্টি কৰিব পাৰে। ইয়াৰ ফলত