সৌন্দৰ্য চৰ্চা ডেকা-গাভৰুৰ পৰা প্ৰাপ্ত বয়স্কৰ লোকসকলৰ লৈকে নিজকে কম বেছি পৰিমাণে নিজকে ধুনীয়া কৰি ৰাখিব বিচাৰে। ধুনীয়া ছালৰ গৰাকী, সুন্দৰ চুলিৰ গৰাকী হোৱাটো প্ৰায় সকলোৰে আশা। পিছে নিজৰ চুলিকোছা
ষ্টেণ্ডফৰ্ড বিশ্ববিদ্যালয়ে প্ৰকাশ কৰা বিশ্বৰ শ্ৰেষ্ঠ ২ শতাংশ বিজ্ঞানীৰ তালিকাত নিজৰ নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হৈছে ছিপাঝাৰ গেৰেণ্ট গাঁৱৰ ডঃ সাগৰ ভট্টৰায় নামৰ যুৱকজনে। বিগত ৫ বছৰে পুনৰ নৱীকৰণ শক্তি
পৰিৱৰ্তনশীল বতৰ বা যিকোনো এলাৰ্জিৰ বাবে কেতিয়াবা নাকত খজুৱতি হয়। নাকত ধূলি-মাটি সোমালেও খজুৱতি হয়। কিন্তু যদি এই খজুৱতি দীৰ্ঘদিনলৈ থাকে, তেন্তে ই বহু সমস্যাৰ সৃষ্টি কৰিব পাৰে। ইয়াৰ ফলত
‘তই হেনো ভৈয়ামৰ, মই পাহাৰী… কোনে বাৰু আনি দিলে বিভেদ মাতি…’ গীতটিৰ কণ্ঠশিল্পী গৰাকী কোন মনত পৰিছেনে বাৰু আপোনাৰ? ঠিকেই ধৰিছে, তেওঁ আন কোনো নহয়, অসমৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী সন্ধ্যা
আজি বিশ্ব বাঁহ দিৱস৷ এই ঘাঁহজাতীয় ওখ গছবিধে পৰিৱেশৰ ভাৰসাম্যতা ৰক্ষা কৰাকে ধৰি অৰ্থনৈতিক আৰু সাংস্কৃতিক দিশত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে৷ কাগজৰ পৰা গৃহ নিৰ্মাণ, ঘৰুৱা সামগ্ৰীৰ পৰা আচবাব আদি
মেকুৰী হৈছে মানুহৰ লগত মিলাপ্ৰীতিৰে বাস কৰা ঘৰচীয়া প্ৰাণী আৰু ইয়াক মানুহে অতি আগ্ৰহেৰে পালন কৰে। বহুতো মেকুৰীয়ে গোটেই জীৱন মালিকৰ লগত কটায়। শেহতীয়াকৈ অষ্ট্ৰেলিয়াৰ নৰ্ফক চহৰৰ এটা ঘৰত ৩৩
ধৰ্মীয় দৃষ্টিকোণৰ পৰা গ্ৰহণৰ পৰিঘটনাক অশুভ বুলি গণ্য কৰা হয়। গতিকে হিন্দু ধৰ্মত এনে বহুতো কাম আছে যিবোৰ সূৰ্যগ্ৰহণৰ সময়ত কৰা নিষিদ্ধ বুলি গণ্য কৰা হয়। বিশেষকৈ গৰ্ভৱতী মহিলাসকলক গ্ৰহণৰ
জ্যোতিষত প্ৰতিটো ৰাশিৰ যেনেকৈ এটা শাসক গ্ৰহ থাকে, একেদৰে সংখ্যা বিজ্ঞানত প্ৰতিটো মূল সংখ্যাৰ এটা শাসক গ্ৰহ থাকে। ৰেডিক্স হৈছে জন্ম তাৰিখৰ যোগফল। উদাহৰণস্বৰূপে যিকোনো মাহৰ ৪, ১৩ বা ২২
মাত্ৰ ২০টা ভিউছৰ আৰম্ভ হৈছিল যাত্ৰা, কিদৰে ধনী হৈ পৰিল জনপ্ৰিয় ইউটিবাৰ ভূৱন বাম? ইউটিউবাৰ ভুৱন বাম ওৰফে ‘বিবিকিভিনেছ’ই অৱশেষত ভাৰতীয় সৰ্বাধিক ধনী ইউটিউবাৰ বুলি উৰাবাতৰি ভংগ কৰিলে মৌনতা। হিন্দুস্তান
অভিনেতা নহয় নৱপ্ৰজন্মৰ উদয়ীমান ক্ৰিকেটাৰ হয় অনন্যা পাণ্ডেৰ ক্ৰাছ ক্ৰিকেটাৰ আৰু বলীউডৰ মাজত পুৰণি সম্পৰ্ক। বলীউডৰ অভিনেত্ৰীসকলে প্ৰায়ে ক্ৰিকেটাৰক বিয়া কৰায়, বিৰাট কোহলী আৰু অনুষ্কা শৰ্মা এনে সম্পৰ্কৰ অন্যতম