১ এপ্ৰিলৰ দিনটোক ‘এপ্ৰিল ফুল’ বুলি কোৱা হয়। কিন্তু কিয় পালন কৰা হয় জানেনে। হয়তো বহুতে নাজানে। আচলতে, এপ্ৰিল ফুল দিনটোৰ কাহিনীটো এনেধৰণৰ, ষষ্ঠদশ শতিকাৰ মাজভাগৰ কথা। তেতিয়া ফ্ৰান্সৰ ৰজা
এইবাৰ বৰষুণৰ পানীৰ বাবেও ভৰিব লাগিব টেক্স৷ হয়! এইবাৰ কানাডাত অহা মাহত বৰষুণৰ কৰ প্ৰৱৰ্তনৰ পৰিকল্পনা কৰা হৈছে৷ কানাডাৰ টৰন্টো চহৰে ধুমুহাৰ পানী ব্যৱস্থাপনাৰ সমস্যা সমাধানৰ লক্ষ্যৰে নতুন ধৰণৰ কৰ
আজি বিশ্ব নাট্য দিৱস৷ যি সময়ত ভ্ৰাম্যমাণ থিয়েটাৰৰ গুৰুত্ব কমি আহিব ধৰিছে, ঠিক সেই সময়তে এই দিৱসে অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ব্যক্তিসকলে ইয়াৰ মূল্য স্বীকৃতি দিয়াৰ, সোৱঁৰণী হিচাপে কাম কৰে৷ প্ৰতিবছৰে ২৭
চিকিত্সা বিজ্ঞানৰ আন এক চমত্কাৰ, পোনপ্ৰথমবাৰৰ বাবে মানুহৰ শৰীৰত সংৰোপন কৰা হ’ল গাহৰিৰ বৃক্ক। চিকিৎসকে প্ৰথমবাৰৰ বাবে জীৱিত মানৱ ৰোগীৰ শৰীৰত গাহৰিৰ বৃক্ক সংৰোপণ কৰিছে। পূৰ্বতে কেৱল ব্ৰেইন ডেথ লোকৰ
ৰাজ্যৰ ইমুৰৰ পৰা সিমুৰলৈ বলিছে নিৰ্বাচনী গৰম বতাহ। আকৰ্ষণীয় হৈ উঠিছে আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান। সমান্তৰালকৈ দলীয় প্ৰাৰ্থীৰ হৈ জোৰদাৰ প্ৰচাৰত নামিছে ৰাজ্য চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ বিভাগৰ
২০২৪ চনত এইবাৰ বিশ্বৰ আটাইতকৈ সুখী দেশ কোনখন? ভাৰতৰ স্থান কিমান নম্বৰত? জানো আহক সৱিশেষ! প্ৰকাশ পালে চলিত বৰ্ষৰ বিশ্বৰ আটাইতকৈ সুখী দেশৰ তালিকা৷ সৰ্বাধিক সুখী দেশৰ তালিকাৰ শীৰ্ষত আছে
মানসিক ভাৱে স্বাস্থ্যৰ অৱনতি ঘটাৰ সমস্যা বয়স বৃদ্ধি হোৱা লোকৰ ক্ষেত্ৰত বেছি হোৱা দেখা যায়৷ মানসিকভাৱে দুৰ্বল হোৱাৰ আঁৰত বহু কাৰণ থাকিব পাৰে৷ মানসিকভাৱে দুৰ্বল হোৱাৰ পৰা সৰুৰে পৰা শিশুসকলক
আৰম্ভ হ’ল পবিত্ৰ ৰমজান মাহ। ৰমজান মাহ আৰম্ভ হোৱাৰ লগে লগে প্ৰতিগৰাকী ইছলাম ধৰ্মাৱলম্বী লোকৰ মাজত আৰম্ভ হ’ল ৰোজা ৰখাৰ পৰ্ব। কিন্তু এই ৰোজা ৰখা সন্দৰ্ভত পাকিস্তানৰ ৰাষ্ট্ৰীয় পৰিবহন সংস্থাই
সমাগত ক্ৰিকেটৰ সৰ্ববৃহৎ টুৰ্ণামেণ্ট IPL, তাৰ সমান্তৰালকৈ অহা ২ জুনৰ পৰা আৰম্ভ হ’ব টি-২০ বিশ্বকাপ। টি-২০ বিশ্বকাপৰ বাবে প্ৰস্তুতি প্ৰায় তুংগত হৈ উঠিছে। বিশ্বকাপৰ খিতাপ বিজয়ী কৰিবলৈ ব্যৰ্থ হোৱা ভাৰতে
বিবাহ এক সামাজিক বান্ধোন। সামাজিকভাৱে বিবাহৰ যোগেদিহে এজন পুৰুষ আৰু এগৰাকী নাৰীৰ মাজত সম্পৰ্ক স্থাপন হয়। প্ৰত্যেকেই নিজৰ বিয়াখনক লৈ সপোন দেখে৷ বিয়াৰ পিছত কেৱল স্বামী-স্ত্ৰীৰ সম্পৰ্কই নহয়, দুখন ঘৰৰ