1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 2:33 am
বিদেশ

জোতাত চেম্পেইন ঢালি পৰিবেশন… উল্লাস নে পৰম্পৰা!

ডিজিটেল ডেস্কঃ ডুবাইত অনুষ্টিত টি-২০ বিশ্বকাপত অষ্ট্ৰেলিয়াই ১৮.৫ অভাৰত ৮ টা উইকেট লৈ নিউজিলেণ্ডক পৰাস্ত কৰিছে৷ কিৱি বাহিনীক পৰাস্ত কৰিয়েই আনন্দত আত্মহাৰা হৈ কেংগাৰু বাহিনীয়ে কৰা এটা অদ্ভূত কাণ্ডই তোলপাৰ

read more

গালত চৰিয়াবলৈকে চাকৰি নিযুক্তি! দৰমহা শুনিলে হতবাক হ’ব…

ডিজিটেল ডেস্কঃ চৰ মৰাটো জানো এটা চাকৰি হ’ব পাৰে? অসম্ভৱ! এই অসম্ভৱকো সম্ভৱ কৰিছে ব্যক্তিগতখণ্ডৰ কোম্পানী এটাত কৰ্মৰত এজন চিইঅই। কেৱল তেওঁক চৰিয়াবলৈকে কৰ্মচাৰী নিয়োগ কৰিছে ভাৰতীয়মূলৰ চিইঅগৰাকীয়ে। এনে ধৰণৰ অদ্ভুত

read more

আশ্চৰ্যকৰ! মাত্ৰ ২১ সপ্তাহতে ভূমিস্থ হ’ল সন্তান

ডিজিটেল ডেস্কঃ পৃথিৱীৰ আটাইতকৈ অপৈণত শিশুটো জন্ম হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰত। জন্মৰ সময়ত নৱজাতকটোৰ ওজন মাত্ৰ ৪২০ গ্ৰাম। নৱজাতকটো এক পাউণ্ড অৰ্থাৎ আধা কিলোতকৈ কম ওজনৰ। এই অপৈণত শিশুটোৰ জন্ম হৈছে

read more

এডাল কাঠপেঞ্চিলৰ বাবে আমেৰিকাত হাহাকাৰ…

ডিজিটেল ডেস্কঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনৰ মনত পৰিছে ভাৰতলৈ। মহাশক্তিধৰ ৰাষ্ট্ৰ আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে কিয় মনত পেলালে ভাৰতক। শক্তিশালী যুক্তৰাষ্ট্ৰখনতো আৰম্ভ হৈছে নেকি অৰ্থনৈতিক সংকট। কভিডে কঁকাল ভাঙিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰো। খ্ৰীষ্টমাছৰ

read more

এই বিয়া গ্ৰহণযোগ্য নহয়! মালালাই ইংৰাজক বিয়া কৰাব লাগিছিল…

ডিজিটেল ডেস্কঃ মালালা ইউছুফজাই বিয়াত বহাৰ খবৰে দখল কৰিছে সংবাদ শিৰোনাম৷ ভিন্নজনে জনাইছে শুভেচ্ছা৷ নবেল বিজয়ী মালালাৰ বিবাহৰ খবৰকলৈ হৈ চৈ লাগি থকাৰ সময়তে লেখিকা তছলীমা নাছৰিণৰ এটা টুইটে আচম্বিত

read more

পাকিস্তানৰ ৰাজধানীত নাই নেকি হিন্দু মন্দিৰ?

ডিজিটেল ডেস্কঃ মুছলমানৰ আগ্ৰাসন চলিছে সমগ্ৰ পৃথিৱীত৷ এই কথা মিছা আখ্যা দি খোদ মুছলমান অধ্যুষিত দেশতেই নিৰ্মাণ হ’ব হিন্দু মন্দিৰ৷ পাকিস্তানৰ ৰাজধানী ইছলামাবাদত নিৰ্মাণৰ কাম হাতত লোৱা হৈছে এটা হিন্দু

read more

বিশ্বশ্ৰেষ্ঠ… বাইডেন, ট্ৰুডোক চেৰ পেলাই জনপ্ৰিয়তাৰ শীৰ্ষত মোদী

ডিজিটেল ডেস্কঃ বিশ্বৰ শক্তিশালী দেশৰ ৰাষ্ট্ৰনেতা এতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীৰ সৈতে তুলনাহীন৷ বিশ্বৰ মহা শক্তিধৰ দেশৰ ৰাষ্ট্ৰনেতাক চেৰ পেলাই জনপ্ৰিয়তাৰ শীৰ্ষত দেশৰ প্ৰধানমন্ত্ৰী মোদী৷ মাৰ্কিন গৱেষণা প্ৰতিষ্ঠান ‘মৰ্ণিং কনচাল্টে’ চলোৱা

read more

মহাকাশত অঘটন, মহাকাশতে ভাঙিল মহাকাশযানৰ টয়লেট

ডিজিটেল ডেস্কঃ মহাকাশত বিজ্ঞানীমহলে প্ৰত্যেক দিনেই চলাই আছে বিভিন্ন গৱেষণা। শেহতীয়াকৈ চাৰিজন মহাকাশচাৰীসহিতে ছয় মাহৰ বাবে মহাকাশলৈ পঠিওৱা হৈছিল এখন যান। মহাকাশত ছমাহ ধৰি থকা এই মহাকাশযানখনে পৃথিৱীলৈ ঘূ্ৰি অহাৰ

read more

সিন্ধৰ মুখ্যমন্ত্ৰীয়ে ৰাজ্যবাসীক কিয় দিলে হোলীৰ শুভেচ্ছা?

ডিজিটেল ডেস্কঃ দেৱালীৰ শুভেচ্ছা জ্ঞাপন কৰিবলৈ গৈ ট্ৰলৰ সন্মুখীন হৈছে এগৰাকী মুখ্যমন্ত্ৰী। দেৱালীৰ শুভেচ্ছা দিবলৈ গৈ ভুলবশত হেপ্পি হোলী বুলি নিজা সামাজিক মাধ্যমত পোষ্ট কৰে পাকিস্তানৰ সিন্ধ প্ৰদেশৰ মুখ্যমন্ত্ৰী মুৰাদ

read more

উপৰাষ্ট্ৰপতিৰ কাণ্ড, খেলুৱৈক চলালে যৌন নিৰ্যাতন

ডিজিটেল ডেস্কঃ চীনৰ টেনিছ তাৰকাই প্ৰাক্তন উপ প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে যৌন উৎপীড়নৰ অভিযোগ উত্থাপন কৰিছে। চীনা টেনিছ তাৰকা পেং চুই (পেং চুয়াই) চীনৰ এজন জ্যেষ্ঠ নেতাৰ বিৰুদ্ধে চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰিছে।

read more

© All rights reserved © Current Trend Assam
Customized By BlogTheme