ডিজিটেল ডেস্কঃ অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই শুকুৰবাৰে পশ্চিম কাৰ্বি আংলং জিলাৰ বৈঠালাংছু বিধানসভা সমষ্টিৰ অন্তৰ্গত বি-ইংহই অঞ্চলত জিলাখনত কৰিবলগা জলসম্পদ বিভাগৰ চাৰিখন বান আৰু খহনীয়া নিয়ন্ত্ৰণ আঁচনিৰ
কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী অসুস্থ। গংগা ৰাম চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে তেওঁক। জ্বৰত আক্ৰান্ত প্ৰাক্তন কংগ্ৰেছ সভানেত্ৰীগৰাকীক বৃহস্পতিবাৰে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। বৰ্তমান চিকিৎসালয়খনৰ বিশেষজ্ঞ চিকিৎসক অৰূপ বসু আৰু তেওঁ
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ ৰাজ্যত পৰকীয়া প্ৰেমৰ সংখ্যা বৃদ্ধি পাইছে। কিন্তু শেহতীয়াকৈ এক বিশেষ মনোবৈজ্ঞানিক সমীক্ষাত ধৰা পৰিছে ইয়াৰ আঁৰৰ কাৰন। লৰাবোৰ বিবাহিত মহিলাৰ প্ৰেমত পৰাৰ কাৰন হৈছে- বিবাহিত মহিলাৰ কোনো
ডিজিটেল ডেস্কঃ আকৌ কেনা লাগিল। মেট্ৰিক পৰীক্ষাৰ প্ৰথম দিনটোতে প্ৰশ্নকাকত ফাদিল হোৱা ঘটনাৰ পিছতে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ ৰাজ্যত। শৈক্ষিক মহলে বিভাগীয় কৰ্তৃপক্ষক দোষাৰোপ কৰি শিক্ষাৰ্থীৰ ভৱিষ্যতৰ সৈতে
ডিজিটেল ডেস্কঃ উত্তৰ পূবৰ ৩ৰাজ্যত ব্যাপক সফলতাৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিজেপিৰ মুখ্য কাৰ্যালয়ৰ পৰা দলীয় কাৰ্যকতাসকলক সম্বোধি এক বিশেষ বাৰ্তা প্ৰেৰণ কৰে। এই বাৰ্তাত প্ৰধানমন্ত্ৰীগৰাকীয়ে বিজেপিৰ বিজয়ৰ আৰঁত থকা
ডিজিটেল ডেস্কঃ ত্ৰিপুৰাত বিজেপিৰ চৰকাৰ হ’ল। একক সংখ্যাগৰিষ্ঠাতাৰে ত্ৰিপুৰাত পুনৰ চৰকাৰ গঠন কৰিবলৈ সাজু বিজেপি। ৰাজ্যখনত ৬০খন আসনৰ ভিতৰত ৩২খন আসনত বিজয়ী হৈ ত্ৰিপুৰাত বিজেপিয়ে বজাই ৰাখিলে নিজৰ আধিপত্য। কিন্তু
ডিজিটেল ডেস্কঃ উত্তৰ-পূবত বিজেপিৰ জনপ্ৰিয়তা কমা নাই। এই কথা পুনৰ এবাৰ বাস্তৱত প্ৰমাণিত কৰিলে ৩ৰাজ্যৰ নিৰ্বাচনী ফলাফলে। প্ৰত্যক্ষ বা পৰোক্ষভাৱে তিনিওখন ৰাজ্যৰে শাসনৰ বাঘজৰী নিজৰ হাতত ৰাখিবলৈ সক্ষম হল বিজেপি।
নিজস্ব কৰ্ম, কাণ্ড আৰু শাৰীৰিক অৱয়বৰ বাবে চৰ্চাৰ শীৰ্ষত থকা টেমজেন ইমনা আলং পুনৰবাৰ বিধায়ক হিচাপে নিৰ্বাচিত নাগালেণ্ডবাসীক ভাৰতীয় বুলি কোৱাৰ বাবে ক্ষোভিত হৈ পৰিছিল এন এছ চি এন
ডিজিটেল ডেস্কঃ ৩মাৰ্চ অৰ্থাত শুকুৰবাৰৰ পৰা মেট্ৰিক পৰীক্ষা আৰম্ভ হব। ২০২৩ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা এইবাৰ নতুন শিক্ষা নীতিৰ আধাৰত অনুষ্ঠিত হ’ব। এই পৰীক্ষাত ৪টাকৈ মুখ্য বিষয়ত নতুন পৰিৱৰ্তন আনিছে SEBAই।
ডিজিটেল ডেস্কঃ ত্ৰিপুৰাত বিজেপিৰ ধুমুহাত বিধ্বস্ত হৈছে বিৰোধী। ভাৰতীয় জনতা পাৰ্টিয়ে অকলেই ৩৩খন আসন দখলৰ দিশে আগবাঢ়িছে। ইফালে ৰাজ্যখনৰ আঞ্চলিক দল তিপ্ৰা মথা ১২খন আসনতে সীমাৱদ্ধ থাকিবলগীয়া হৈছে। তিপ্ৰা মথাৰ