1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 6:11 am
দেশ

বিয়াত বহিব কংগনা ৰানাৱট, দৰা হ’ব কোন?

ডিজিটেল ডেস্কঃ বলিউডত বিয়াৰ উজান উঠিছে৷ ইখনৰ পাচত আন এখন হেভীৱেট বিবাহৰ খবৰ এতিয়া বলীউডত। অভিনেত্ৰী কেটৰিণা কাইফ আৰু বিকী কৌশালৰ সমান্তৰালকৈ ৰাজকুমাৰ ৰাও আৰু পাত্ৰলেখায়ো শীঘ্ৰে বিবাহপাশত আৱদ্ধ হোৱাৰ

read more

‘চেমখৰ’ উজলিছে আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাপটত…

ডিজিটেল ডেস্কঃ অসমীয়া ছবিয়ে কঢ়িয়াইছে সুনাম। এখনৰ পিছত আনখন অসমীয়া ছবি জিলিকি উঠিছে আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাপটত। শেহতীয়াভাৱে ইফি আন্তৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ বাবে নিৰ্বাচিত হৈছে এখন অসমীয়া ছবি। উত্তৰপূব ভাৰতৰ মহিলা পৰিচালকৰ দ্বাৰা

read more

অৱশেষত কেটৰিণাৰ বিবাহ! কেনেদৰে সাজু হৈছে বিকী কৌশাল…

ডিজিটেল ডেস্কঃ বিবাহত বহিব বলীউডৰ বহুকেইটা হেভিৱেট যুটি৷ বলিউডত এখন পিছত আনখন হেভীৱেট বিয়া৷ শেহতীয়াকৈ সমগ্ৰতে চৰ্চা চলিছে এখন বিশেষ বিবাহৰ৷ অভিনেত্ৰী কেটৰিণা কাইফ আৰু অভিনেতা বিকী কৌশলৰ বিবাহ৷ কম

read more

SBIত অৰাঁ হৈছে জাননীঃ বোৰ্খা পিন্ধা মহিলাৰ প্ৰৱেশ নিষেধ!

ডিজিটেল ডেস্কঃ বোৰ্খা পিন্ধা মহিলা বেংকত প্ৰৱেশ নিষেধ। ষ্টেট বেংকৰ এটা শাখাত ওলমি আছিল এনে নিৰ্দেশ প্ৰদান কৰা এখন জাননী। ইয়াৰ পিছতে চাৰিওফালে লাগিল হুৱা-দুৱা। কিয় বেংক কৰ্তৃপক্ষই এনে জাননী

read more

কভিডতকৈও মাৰাত্মক ‘জিকা’ ভাইৰাছ! ৰাজ্যসমূহলৈ কেন্দ্ৰৰ বিশেষ নিৰ্দেশনা…

ডিজিটেল ডেস্কঃ হ্ৰাস হোৱা নাই ক’ৰণা মহামাৰীৰ ভয়াৱহতা। ক’ৰণাৰ ভয়াৱহতাৰ মাজতে ভাৰতত বৃদ্ধি হৈছে অন্য এবিধ ভাইৰাছৰ আতংক৷ ডেংগুৰ লগতে জিকা ভাইৰাছৰ সংক্ৰমণে এতিয়া চিন্তিত কৰিছে দেশবাসীক৷ ভাৰতৰ বহুকেইখন ৰাজ্যত

read more

অসমীয়া ছবিয়ে জিনিছে জগত…অস্কাৰৰ দৌৰত চামিল প্ৰথমখন অসমীয়া ছবি ‘ব্ৰিজ’

ডিজিটেল ডেস্কঃ অসমীয়া ছবি জগতৰ বাবে সুখবৰ। অসমীয়া ছবিয়ে জিনিছে জগত। প্ৰথমবাৰৰ বাবে আন্তৰাষ্ট্ৰীয় পুৰস্কাৰ অস্কাৰৰ দৌৰত চামিল হৈছে অসমীয়া ছবি। অসমীয়া ছবি ‘ব্ৰিজে’ ধাৰাবাহিক ভাৱে আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত কেইবাটাও বঁটা

read more

ৰাজনীতি এনেকুৱাই হ’ব লাগে… তৰুণ গগৈলৈ পদ্মভূষণ

ডিজিটেল ডেস্কঃ সোমবাৰে মৰণোত্তৰভাৱে পদ্মভূষণ সন্মানেৰে সন্মানিত কৰা হয় অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক৷ ঘোৰ কংগ্ৰেছী আছিল প্ৰয়াত গগৈ৷ একেৰাহে ১৫ টাকৈ কাৰ্যকালৰ বাবে অসমত চৰকাৰ চলাইছিল এইগৰাকী কংগ্ৰেছ নেতাই৷

read more

ফুটপাথত কমলা বেচা মানুহজন ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ অসামৰিক সন্মানেৰে বিভূষিত

ডিজিটেল ডেস্কঃ ৬৮ বছৰীয়া এগৰাকী বৃদ্ধ। ফুটপাথত কমলা বেচে এই বৃদ্ধগৰাকীয়ে। ফুটপাথত কমলা বেছা একাংশ লোকৰ মাজৰে তেৱোঁ এজন। এবাৰ এজন গ্ৰাহকে কমলাৰ দাম ইংৰাজীত সোধাত ক’ব পৰা নাছিল এই

read more

বিশ্বশ্ৰেষ্ঠ… বাইডেন, ট্ৰুডোক চেৰ পেলাই জনপ্ৰিয়তাৰ শীৰ্ষত মোদী

ডিজিটেল ডেস্কঃ বিশ্বৰ শক্তিশালী দেশৰ ৰাষ্ট্ৰনেতা এতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীৰ সৈতে তুলনাহীন৷ বিশ্বৰ মহা শক্তিধৰ দেশৰ ৰাষ্ট্ৰনেতাক চেৰ পেলাই জনপ্ৰিয়তাৰ শীৰ্ষত দেশৰ প্ৰধানমন্ত্ৰী মোদী৷ মাৰ্কিন গৱেষণা প্ৰতিষ্ঠান ‘মৰ্ণিং কনচাল্টে’ চলোৱা

read more

ঘৰ ভাঙিল! টি-২০ত পাকিস্তানৰ বিজয় উদযাপনৰ বাবেই পত্নীৰ বিৰুদ্ধে গোচৰ

ডিজিটেল ডেস্কঃ টি-২০ বিশ্বকাপত পাকিস্তানৰ বিজয়! পাকিস্তানৰ বিজয়ৰ প্ৰভাৱ পৰিছে ভাৰতবৰ্ষতো। ক্ৰিকেটত পাকিস্তানৰ বিজয় উদযাপন একপ্ৰকাৰে ভাৰতবৰ্ষত অতিজৰে পৰাই নিষিদ্ধ। নিষিদ্ধ এই উৎসৱ পালন কৰিবলৈ গৈ বিপাঙত পৰিছে এটা পৰিয়াল।

read more

© All rights reserved © Current Trend Assam
Customized By BlogTheme