1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 4:27 pm
দেশ

বাদশ্বাহ শ্বাহৰুখেৰে প্ৰিয়ংকা চোপ্ৰাৰ গোপন বিয়া… কিয় চলিছে এই চৰ্চা?

ডিজিটেল ডেস্কঃ কন্যাসন্তানৰ মাতৃ হ’ল প্ৰিয়ংকা চোপ্ৰা। নিক-প্ৰিয়ংকাৰ জীৱনলৈ ন’ আলহীৰ আগমনৰ কথা ইনষ্টাগ্ৰাম যোগে নিজেই প্ৰকাশ কৰিছে অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই। ইফালে প্ৰিয়ংকা-নিকৰ মাজত চলি থকা পাৰিবাৰিক সংঘাত ইয়াতেই যতি

read more

ভয়ংকৰ ড্ৰোণ আক্ৰমণ! ভি়ডিঅ মুকলি কৰিলে আমেৰিকাই…

ডিজিটেল ডেস্কঃকাবুলত ভয়ংকৰ ড্ৰোণ আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। এই ভয়ংকৰ দৃশ্য শেহতীয়াকৈ মুকলি কৰিছে আমেৰিকাৰ ৰক্ষা বিভাগে। জানিব পৰা অনুসৰি এই আক্ৰমণত ১০গৰাকীকৈ লোক নিহত হৈছে। শেহতীয়াকৈ আমেৰিকাই এই ভিডিঅ

read more

ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ৪

ডিজিটেল ডেস্কঃ শনিবাৰে পুৱতি নিশা কৰ্ণাটকত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত ৪গৰাকী লোক থিতাতে নিহত হয়। কেইবাজনো লোক আহত হৈছে আৰু আহত সকলো চিকিতসাধীন হৈ আছে হস্পাতালত।

read more

লাগিব মাত্ৰ ৬০দিন! তাৰ পিছতে নিঃশেষ অমিক্ৰ’ন…

ডিজিটেল ডেস্কঃ অমিক্ৰ’ন বাঢ়িলেও চিন্তাৰ কাৰন নাই। ই কৰোনাৰ ডেল্টা ভেৰিয়েন্টতকৈ কম শক্তিশালী। এই কথা ইতিমধ্যে বিশ্বৰ চিকিতসকসকলে দাবী কৰিছে। শেহতীয়াকৈ চিকিতসকসকলে এয়াও দাবী কৰিছে যে, অমিক্ৰ’ন মাত্ৰ দুমাহৰ বাবেহে

read more

২০২১ বৰ্ষৰ হাঁহি উঠা ঘটনাসমূহ কি কি আছিল জানেনে?

ডিজিটেল ডেস্কঃ মাজতনো আৰু কিমান সময়! এটা দিনৰ পিছতেই মেলানি মাগিব ২০২১ বছৰটোৱে। বৰ্ষটো আমাৰ মনত ৰৈ যাব মাথো পোৱা নোপোৱাৰ খাতিয়ান সামৰা এখিলা স্মৃতি হৈ। বছৰটোৰ শেষ সময়খিনিত আমি

read more

২০২১-ত ফেশ্বনৰ ক্ষেত্ৰতো আমূল পৰিবৰ্তন… কোন ডিজাইনাৰ শীৰ্ষত এইবাৰ?

ডিজিটেল ডেস্কঃ ২০২০ বছৰটো ঘৰতেই পাৰ কৰিলে সকলোৱে। ফেশ্ব্যনৰ জগতখনলৈ নামি আহিছিল অন্ধকাৰ। কিয়নো ঘৰতে আবদ্ধ হৈ পৰাৰ বাবে পোছাক-পৰিচ্ছদৰ প্ৰতি গুৰুত্ব কমি আহিছিল দেশবাসীৰ। কিন্তু ২০২১ বৰ্ষত কিছু পৰিবৰ্তন

read more

কৰ’নাত আক্ৰান্ত BCCI-ৰ সভাপতি সৌৰভ গাংগুলী…

ডিজিটেল ডেস্কঃ ভাৰতীয় ক্ৰিকেট বৰ্ডৰ সভাপতি সৌৰভ গাংগুলী আক্ৰান্ত হৈছে কৰ’নাত। কৰ’নাৰ উপস্থিতি ধৰা পৰাৰ পিছতেই গাংগুলীক আলিপুৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। তেওঁৰ পৰা সংক্ৰমণৰ হাৰ ১৯.৫ শতাংশ

read more

প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীক স্মৰণ দেশবাসীৰ

ডিজিটেল ডেস্কঃ আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী, ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ীৰ ৯৭ সংখ্যক জন্মজয়ন্তী। বাজপেয়ীৰ জন্মজয়ন্তী উপলক্ষে সমাধিস্থলীত উপস্থিত থাকে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙ, লোকসভাৰ অধ্যক্ষ ওম বিৰালা, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী,

read more

ধাৰাবাহিক সাফল্য! ISRO লৈ অলকেশ কলিতা…

ডিজিটেল ডেস্কঃ এটাৰ পিছত আনটো সাফল্য ৰাজ্যলৈ। মহাকাশ বিজ্ঞানত অসম সন্তানে ধাৰাবাহিক কৃতিত্ব দাঙি ধৰিবলৈ সক্ষম হৈছে। ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠান ISRO-ৰ বিজ্ঞানী হিচাপে নিৰ্বাচিত হৈছে তিতাবৰৰ অলকেশ কলিতা। নগাঁওৰ

read more

মাতৃৰ অবৈধ প্ৰেমিকৰ হাতত প্ৰাণ গ’ল ১৪বছৰীয়া কন্যাৰ…

ডিজিটেল ডেস্কঃ মাতৃৰ অবৈধ সম্পৰ্কৰ বাবেই প্ৰাণ গল ১৪বছৰীয়া এগৰাকী কিশোৰীৰ। এই শোকাৱহ ঘটনা সংঘটিত হৈছে তামিলনাডুৰ কৌৱত্তৰত। মাতৃৰ সৈতে অবৈধ সম্পৰ্ক ৰখা এগৰাকী লোকে ১৪বছৰীয়া কন্যাক প্ৰথমে ধৰ্ষণ আৰু

read more

© All rights reserved © Current Trend Assam
Customized By BlogTheme