সমগ্ৰ দেশবাসী এতিয়া উৎকণ্ঠিত৷মাজত মাঁঁথো দুখন মেচ। ৪৪ বছৰ মূৰত স্বর্ণপদক স্বদেশলৈ ঘূৰাই আনিবলৈ এই দুখন মেচ অতিকৈ গুৰুত্বপূৰ্ণ৷ গ্রেট ব্রিটেইনক হৰুৱাই ভাৰতীয় হকী দলটোই ছেমিত স্থান নিশ্চিত কৰিছে। চলিত
লাহৰীঘাটৰ এখন বিদ্যালয়ত সংঘটিত এক ঘটনাক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। লাহৰীঘাটৰ ধূপগুৰি মাধ্যমিক বিদ্যালয়ৰ এগৰাকী ছাত্ৰই পৰিধান কৰি আহিছিল এটা টুপী। ছাত্ৰজনে টুপী পিন্ধি অহাত ক্ষোভিত হৈ পৰে বিদ্যালয়খনৰ
ভাৰতীয় ৰে’লৱে আজিকালি চৰ্চাৰ বিষয় হৈ পৰিছে। ৰে’ল দুৰ্ঘটনা অতি দুৰ্ভাগ্যজনক আৰু চৰকাৰে সদায় ইয়াৰ উন্নতিৰ বাবে কাম কৰি আছে। কিন্তু আপুনি জানেনে যে ভাৰতত এটা মাত্ৰ ৰে’ল ষ্টেচন আছে
১০.৭২ ছেকেণ্ডৰ ৰাষ্ট্ৰীয় অভিলেখেৰে শনিবাৰে মহিলাৰ ১০০ মিটাৰ ফাইনেলত জয়লাভ কৰি ছেইণ্ট লুচিয়াৰ প্ৰথমটো অলিম্পিক পদক লাভ কৰে জুলিয়েন আলফ্ৰেডে। প্ৰচণ্ড বৰষুণ আৰু ভিজা ট্ৰেকৰ মাজতো আলফ্ৰেডৰ সুন্দৰ আৰম্ভণি আৰু
পবিত্ৰ শাওন মাহ চলি আছে আৰু আজি অৰ্থাৎ ২০২৪ চনৰ ২ আগষ্ট শুকুৰবাৰে শাওনৰ শিৱৰাত্ৰি। গোটেই শাওন মাহৰ এই দিনটো ভগৱান শিৱৰ জলাভিষেকৰ বাবে অতি শুভ বুলি গণ্য কৰা হয়।
চন্দ্ৰ আৰু মংগল দুটা আকাশী পদাৰ্থ যাৰ ওপৰত বিজ্ঞানীসকলে বছৰ বছৰ ধৰি গৱেষণা কৰি আহিছে। ভাৰতেও তালৈ নিজৰ মিছন প্ৰেৰণ কৰিছে। চন্দ্ৰযান-৩ৰ সফলতা সমগ্ৰ বিশ্বই দেখিছিল। এই বস্তুবোৰ নিৰীক্ষণ কৰিবলৈ
কিছুমান খাদ্যই ঔষধৰ দৰে কাম কৰি ভিটামিন বি ১২ৰ অভাৱ ৰোধ কৰে বা ইয়াৰ গুৰুতৰ লক্ষণসমূহৰ চিকিৎসা কৰে। এই লেখাটোত আপুনি এনে খাদ্যৰ বিষয়ে জানিব পাৰিব। ভিটামিন বি১২ বা কোবালামিন
আজি দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড০ এ.পি.জে আব্দুল কালামৰ মৃত্যুবাৰ্ষিকী। দেশৰ মহান মনিষীৰ ভিতৰত এগৰাকী অন্যতম প্ৰাক্তন ৰাষ্ট্ৰপতি ড০ এ পি জে আব্দুল কালাম। তেখেতৰ চিন্তাবোৰ আজিও মানুহৰ বাবে অনুপ্ৰেৰণা হৈ
বয়স বৃদ্ধিৰ লগে লগে মানুহৰ বস্তুবোৰ ৰখা আৰু পাহৰি যোৱাৰ অভ্যাস প্ৰায়ে দেখা দিয়ে। একে সময়তে যিকোনো কাম কৰাত যথেষ্ট অসুবিধা হয়। বয়স্ক লোকৰ ক্ষেত্ৰত ডিমেনচিয়া প্ৰায়ে দেখা যায়। এয়া
ছুইজাৰলেণ্ডত আত্মহত্যা কৰিব পৰা মেচিন উদ্ভাৱন৷ ভাৰতৰ দৰে দেশত ইচ্ছামৃত্যুক এতিয়াও আইনী স্বীকৃতি প্রদান কৰা হোৱা নাই যদিও বিশ্বৰ কেইবাখনো দেশত গুৰুতৰ ৰোগত আক্রান্ত লোকক ইচ্ছামৃত্যুৰ অনুমতি দিয়া হৈছে। ইয়াৰ