পেৰালিম্পিকত ভাৰতৰ প্ৰথমটো স্বৰ্ণ পদক জয়৷ পেৰালিম্পিকত নিজৰ অভিলেখ ভংগ কৰি ইতিহাসৰ সৃষ্টি অৱনী লেখাৰাৰ৷ শ্বুটিঙত স্বৰ্ণ পদক অৰ্জন অৱনী লেখাৰাৰ৷ একেৰাহে দ্বিতীয়বাৰৰ বাবে পেৰালিম্পিকত স্বৰ্ণ পদক অৰ্জন কৰিছে অৱনীয়ে।
স্বাস্থ্যসন্মত আৰু ৰোগৰ পৰা আঁতৰি থাকিবলৈ কেৱল পুষ্টিকৰ খাদ্য খোৱাই নহয়, সঠিক সময়ৰ যত্ন লোৱাটোও জৰুৰী। সঠিক সময় মানে খাদ্য খোৱাৰ সঠিক সময়। আজিৰ ব্যস্ততাৰ বাবে মানুহে সময়মতে দুপৰীয়া বা
ছেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহটোৱে কেৰিয়াৰৰ ক্ষেত্ৰত ৪ ৰাশিৰ লোকৰ বাবে কঢ়িয়াই আনিছে এক সুন্দৰ খবৰ। এইসকল লোকে নতুন চাকৰি পাব পাৰে। নিবনুৱা লোকে কৰ্মসংস্থাপন পোৱাৰ সম্ভাৱনা আছে। মেষ ৰাশি- চৰকাৰী
সম্প্ৰতি কৰ্মৰ চাপ, ব্যস্ত জীৱন, অস্বাস্থ্যকৰ জীৱনশৈলী, মানসিক চাপ আৰু উত্তেজনাৰ বাবে বহু লোকে হতাশা আৰু উদ্বেগৰ সমস্যাৰ সন্মুখীন হৈছে। এই মানসিক অৱস্থাই আমাৰ সামগ্ৰিক স্বাস্থ্যৰ ওপৰত অতি বেয়া প্ৰভাৱ
আপোনাৰ প্ৰিয়গৰাকীক মনৰ কথা প্ৰকাশ কৰাৰ পূৰ্বে তেওঁৰ সকলো কথা জানি লোৱাটো ভাল। কাৰণ কিয় জানেনে? কাৰণ বহু সময়ত দেখা যায় যে, সকলোবোৰ কথা নজনাৰ ফলত পিছত সম্পৰ্কত আউল লাগে।
.ৰঙা গোলাপৰ পাহি মাখনৰ লগত বটি বটলত ভৰাই থব। ৰাতি শোৱাৰ সময়ত এই মাখন ওঠঁত সানি শুই থাকিব। শুকান আৰু ফটা ওঁঠৰ বাবে এই মিশ্ৰণ বৰ ভাল আৰু এসপ্তাহ ব্যৱহাৰৰ
প্ৰতিটো দিশৰ নিজস্ব শক্তি থাকে, একেদৰে সকলো বস্তুৰে শক্তিও থাকে। যদি কিবা বস্তু ভুল দিশত বা ভুল ঠাইত ৰখা হয় তেন্তে ঘৰত ঋণাত্মক শক্তিৰ সোঁত বৃদ্ধি পায়। ডাষ্টবিন প্ৰতিটো ঘৰৰ
বেছিভাগ মিশ্ৰণ গাখীৰ আৰু গাখীৰৰ পৰা তৈয়াৰী সামগ্ৰীত পোৱা যায়। ইয়াত এনে বহু বিপদজনক ৰাসায়নিক পদাৰ্থ মিহলি হৈ থাকে, যাৰ ফলত আমাৰ শৰীৰৰ যথেষ্ট ক্ষতি হ’ব পাৰে আৰু শৰীৰত বহুতো
সম্প্ৰতি হৃদৰোগ দ্ৰুতগতিত বৃদ্ধি পাইছে। বিশৃংখল জীৱনশৈলী, অস্বাস্থ্যকৰ খাদ্যাভ্যাসে উচ্চ কলেষ্ট’ৰল আৰু ৰক্তচাপৰ দৰে সমস্যাৰ সৃষ্টি কৰিছে। যাৰ বাবে হৃদযন্ত্ৰৰ ওপৰত প্ৰভাৱ পৰে। কলেষ্ট’ৰল হৈছে মমৰ সদৃশ আঠাযুক্ত পদাৰ্থ, যিটো
ICC-ৰ অধ্যক্ষ গ্ৰেগ বাৰ্কলেৰ যোৱা ৩০ নৱেম্বৰত কাৰ্যকাল শেষ হোৱাৰ পিছতেই মঙলবাৰে আনুষ্ঠানিকভাৱে অধ্যক্ষগৰাকীয়ে নিজৰ তৃতীয়টো কাৰ্যকাল সমাপ্ত কৰে। ICC-ৰ অধ্যক্ষগৰাকীৰ ICC-ৰ পৰা আনুষ্ঠানিক বিদায়ৰ পিচতেই ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ