১ এপ্ৰিলৰ দিনটোক ‘এপ্ৰিল ফুল’ বুলি কোৱা হয়। কিন্তু কিয় পালন কৰা হয় জানেনে। হয়তো বহুতে নাজানে। আচলতে, এপ্ৰিল ফুল দিনটোৰ কাহিনীটো এনেধৰণৰ, ষষ্ঠদশ শতিকাৰ মাজভাগৰ কথা। তেতিয়া ফ্ৰান্সৰ ৰজা
গৰমৰ দিনত দেহৰ পৰা ঘাম ওলাই দেহত এক অসহনীয় দুৰ্গন্ধৰ সৃষ্টি কৰে। ঘামৰ দুৰ্গন্ধৰ বাবেই বহু ঠাইত অপ্ৰস্তুত হব লগা হয়। কিন্তু কিয় ঘামৰ ফলত দুৰ্গন্ধৰ সৃষ্টি হয়। শৰীৰত বেক্টেৰিয়াৰ
সমস্ত যন্ত্ৰণা মনত পুহি ৰাখিলে শৰীৰত নানা ৰোগে বাহ লয়৷ কথাই কথাই কান্দি দিয়া মানুহক সকলোৱে দুৰ্বল বুলি ভাৱে কিন্তু প্ৰকৃততে সেয়া নহয়৷ কন্দা হল এক আৱেগ৷ কান্দিলে মনটো পাতল
শৰীৰটোক সুস্থ কৰি ৰাখিবলৈ হ’লে আমি বহু চেষ্টা কৰো, সুূস্থ শৰীৰগৰাকী হ’বলৈ হ’লে আমাক প্ৰ’টিনৰ প্ৰয়োজন হয়। পেশী গঠন, হ’ৰমনৰ ভাৰাসাম্যতা বজায় ৰাখিবলৈ প্ৰ’টিন অতি গুৰুত্বপূৰ্ণ। আমাৰ খাদ্য তালিকাত নিতৌ
এইবাৰ বৰষুণৰ পানীৰ বাবেও ভৰিব লাগিব টেক্স৷ হয়! এইবাৰ কানাডাত অহা মাহত বৰষুণৰ কৰ প্ৰৱৰ্তনৰ পৰিকল্পনা কৰা হৈছে৷ কানাডাৰ টৰন্টো চহৰে ধুমুহাৰ পানী ব্যৱস্থাপনাৰ সমস্যা সমাধানৰ লক্ষ্যৰে নতুন ধৰণৰ কৰ
আজিৰ সময়ত আধাৰ কাৰ্ড আটাইতকৈ গুৰুত্বপূৰ্ণ নথি হিচাপে পৰিগণিত হৈছে। আধাৰ কাৰ্ডত ১২টা সংখ্যাৰ এটা নম্বৰ থাকে, যিটো ভাৰতীয় একক পৰিচয় কৰ্তৃপক্ষ অৰ্থাৎ ইউআইডিএআইৰ দ্বাৰা প্ৰদান কৰা হয়। ইয়াত আপোনাৰ
IPL ২০২৪ত হায়দৰাবাদ আৰু মুম্বাইৰ মাজত হোৱা খেলৰ সময়ত এনে ১০টা অভিলেখ গঢ়িছিল যিয়ে বিশ্ব ক্ৰিকেটক স্তম্ভিত কৰি তুলিছে। কালিৰ দিনটোত অৰ্থাৎ ২৭ মাৰ্চত অনুষ্ঠিত হৈছিল ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু মুম্বাই
আমি জীৱনত লগ পোৱা প্ৰতিজন ব্যক্তিৰ সৈতে সদায় সু-সম্পৰ্ক বজাই ৰাখিব লাগে৷ কাকো কেতিয়াও মনত কষ্ট পোৱাকৈ কথা ক’ব নালাগে৷ মনত ৰাখিব কাৰোবাক কষ্ট দি কথা কলে এদিন আপুনিও সমানেই
আজি বিশ্ব নাট্য দিৱস৷ যি সময়ত ভ্ৰাম্যমাণ থিয়েটাৰৰ গুৰুত্ব কমি আহিব ধৰিছে, ঠিক সেই সময়তে এই দিৱসে অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ব্যক্তিসকলে ইয়াৰ মূল্য স্বীকৃতি দিয়াৰ, সোৱঁৰণী হিচাপে কাম কৰে৷ প্ৰতিবছৰে ২৭
বেংগালুৰুত পানী সংকটৰ মাজতে বেংগালুৰু জল যোগান আৰু নলা-নৰ্দমা ব’ৰ্ডে খোৱাপানী অপ্ৰয়োজনীয় কামত ব্যৱহাৰ নকৰাৰ নিৰ্দেশ উলংঘা কৰাৰ বাবে ২২টা পৰিয়ালক ৫ হাজাৰ টকাকৈ জৰিমনা বিহিছে। বিষয়াসকলে জনোৱা মতে, প্ৰায়