ডিজিটেল ডেস্কঃ মাজতনো আৰু কিমান সময়! এটা দিনৰ পিছতেই মেলানি মাগিব ২০২১ বছৰটোৱে। বৰ্ষটো আমাৰ মনত ৰৈ যাব মাথো পোৱা নোপোৱাৰ খাতিয়ান সামৰা এখিলা স্মৃতি হৈ। বছৰটোৰ শেষ সময়খিনিত আমি
ডিজিটেল ডেস্কঃ ২০২০ বছৰটো ঘৰতেই পাৰ কৰিলে সকলোৱে। ফেশ্ব্যনৰ জগতখনলৈ নামি আহিছিল অন্ধকাৰ। কিয়নো ঘৰতে আবদ্ধ হৈ পৰাৰ বাবে পোছাক-পৰিচ্ছদৰ প্ৰতি গুৰুত্ব কমি আহিছিল দেশবাসীৰ। কিন্তু ২০২১ বৰ্ষত কিছু পৰিবৰ্তন
ডিজিটেল ডেস্কঃ ভাৰতীয় ক্ৰিকেট বৰ্ডৰ সভাপতি সৌৰভ গাংগুলী আক্ৰান্ত হৈছে কৰ’নাত। কৰ’নাৰ উপস্থিতি ধৰা পৰাৰ পিছতেই গাংগুলীক আলিপুৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। তেওঁৰ পৰা সংক্ৰমণৰ হাৰ ১৯.৫ শতাংশ
ডিজিটেল ডেস্কঃ আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী, ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ীৰ ৯৭ সংখ্যক জন্মজয়ন্তী। বাজপেয়ীৰ জন্মজয়ন্তী উপলক্ষে সমাধিস্থলীত উপস্থিত থাকে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙ, লোকসভাৰ অধ্যক্ষ ওম বিৰালা, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী,
ডিজিটেল ডেস্কঃ এটাৰ পিছত আনটো সাফল্য ৰাজ্যলৈ। মহাকাশ বিজ্ঞানত অসম সন্তানে ধাৰাবাহিক কৃতিত্ব দাঙি ধৰিবলৈ সক্ষম হৈছে। ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠান ISRO-ৰ বিজ্ঞানী হিচাপে নিৰ্বাচিত হৈছে তিতাবৰৰ অলকেশ কলিতা। নগাঁওৰ
ডিজিটেল ডেস্কঃ ৰাজ্যলৈ অন্য এক সুখবৰ। ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই অনিছে অসম নগাঁওৰ এগৰাকী মেধাৱী ছাত্ৰীয়ে। ISRO-ৰ বিজ্ঞানী হিচাপে নিৰ্বাচিত হৈছে অসম কন্যা নাজনীন ইয়াছমিন। নগাঁও জিলাৰ জুৰিয়াৰ কদমনি টাউন হাইস্কুলৰ
ডিজিটেল ডেস্কঃ বৃক্ষৰোপণ নিচা, ৪০ বছৰত ১১ লাখ গছপুলি ৰোৱা মানুহজন জয়ৰাম ৰামপ্ৰসাদ এজন খেতিয়ক। খেতিয়কৰ প্ৰধান কামেই বৃক্ষৰোপণ কিন্তু জয়ৰাম খেতিয়ক যদিও তেওঁৰ বাবে গছ পুলি ৰোৱাটো এক নিচাহে।
ডিজিটেল ডেস্কঃ সূদীৰ্ঘ ২১ বছৰৰ অন্তত ভাৰতৰ হৰনাজ সন্ধুৱে আজুৰি আনিলে মিছ ইউনিভাৰ্ছৰ খিতাপ। ১৯৯৪ চনত সুস্মিতা সেন আৰু ২০০০ চনত লাৰা দত্তই এই খিতাপ লাভ কৰিবলৈ সক্ষম হৈছিল। মিছ
ডিজিটেল ডেস্কঃ প্ৰচাৰেই প্ৰধান কথা। মোদী শাসনাধীন চৰকাৰখন প্ৰচাৰৰ ক্ষেত্ৰত আগৰণুৱা বুলি সকলোৱে জ্ঞাত। পিছে প্ৰচাৰৰো এটা সীমা থাকে। এইবাৰ সকলো সীমা যেন অতিক্ৰম কৰিলে। এক সমীক্ষাই প্ৰকাশ কৰা অনুসৰি
ডিজিটেল ডেস্কঃ প্ৰত্যেকজন মানুহেই এতিয়া অনলাইন লেন-দেনৰ সৈতে অভ্যস্ত। ডিজিটেল ইণ্ডিয়া গঢ়াৰ লক্ষ্যেৰে মোদী শাসনাধীন চৰকাৰখনে লৈছে অনলাইন টকা পৰিশোধৰ ব্যৱস্থাৱলী। কিন্তু এই অনলাইন পদ্ধতিৰে টকাৰ লেন-দেন কৰোতে প্ৰায়সংখ্যকে পোৱা