ডিজিটেল ডেস্কঃ ৩৭৭ দিন ১ বছৰতকৈও বেছি সময়। ৩৭৭ দিন ধৰি ৰাজধানী দিল্লীত কৃষকসকলে সাব্যস্ত কৰি আছে প্ৰতিবাদ। দিল্লী সীমান্তত আন্দোলন কৰি থকা কৃষকসকলৰ মূল দাবী কৃষি আইন বাতিল কৰা
ডিজিটেল ডেস্কঃ সাতভনীৰ বান্ধোন আজিও অটুত আছে। শেহতীয়াকৈ শনিবাৰে নাগালেণ্ডত সেনাৰ গুলীত নিহত হ’ল ১৫ গৰাকী নিৰীহ লোক। নিহতসকলৰ শেষকৃত ৰাজহুৱাভাৱে অনুষ্ঠিত কৰা হ’ল। ৰাজহুৱা শেষকৃত অনুষ্ঠানত উপস্থিত থাকে নাগালেণ্ডৰ
ডিজিটেল ডেস্কঃ মুকলি আকাশৰ তললৈ শ্বেৰমান আলী। জাতীয় শ্বহীদক অপমানসূচক মন্তব্য কৰি আটক হৈছিল শ্বেৰমান। সোমবাৰে শ্বেৰমানৰ বিৰুদ্ধে থকা তিনিওটা গোচৰত জামিন প্ৰদান কৰে চিজেএম আদালতে। সময়ত চাৰ্জশ্বীট দাখিল কৰিব
ডিজিটেল ডেস্কঃ কেটৰিণা কাঈফ আৰু বিকি কৌশলৰ বিবাহক লৈ সমগ্ৰ দেশতে অব্যাহত আছে চৰ্চা। ৯ ডিচেম্বৰত জীৱনৰ নতুন ইনিংছ আৰম্ভ কৰিব কেট-বিকিয়ে। বিকি-কেটৰ আগন্তক বিয়াখনকলৈ বলীউডত চৰ্চা অব্যাহত থকাৰ সময়তে
ডিজিটেল ডেস্কঃ সেনা জোৱান আৰু নগাসকলৰ মাজত অব্যাহত আছে বিবাদ। নাগালেণ্ডৰ অটিঙত বৰ্তমানলৈ ১৫ গৰাকীকৈ লোকক হত্যা কৰাৰ প্ৰতিবাদত উত্তাল হৈ আছে নাগালেণ্ড। ৬ ঘণ্টীয়া নাগালেণ্ড বন্ধৰো আহ্বান জনাইছে নগা
ডিজিটেল ডেস্কঃ অসম চৰকাৰৰ পৰিবহন বিভাগে যান-বাহনৰ গৰাকীসকলৰ সুবিধাৰ্থে ৰাজহ আদায় দিয়াৰ সময়সীমা বৃদ্ধি কৰিছে। ৩১ ডিচেম্বৰলৈ এই সময়সীমা বৃদ্ধি কৰা হৈছে। ৰাজহ আদায় সন্দৰ্ভত কামৰূপ মহানগৰ জিলা পৰিবহন বিষয়া
ডিজিটেল ডেস্কঃ বৃহস্পতি বাৰে নিমাতী-কমলাবাৰী ফেৰীৰ পৰা এজন লোকে জাপ দিছিল ব্ৰহ্মপুত্ৰত। কিন্তু বৰ্তমানলৈ জাপ দিয়া ব্যক্তিগৰাকীৰ পৰিচয় উলিয়াবলৈ সক্ষম হোৱা নাই আভ্যন্তৰীণ জল পৰিবহণ বিভাগ। মাজুলীৰ ফেৰী দুৰ্ঘটনাৰ পিছতো
ডিজিটেল ডেস্কঃ মাত্ৰ এক টকাতে পাব ঘৰ। উত্তৰ প্ৰদেশ চৰকাৰে ২০২২ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যখনৰ জনসাধাৰণৰ বাবে দিছে উপহাৰ। যোগী চৰকাৰে নতুন আঁচনিৰ অধীনত লাখ লাখ চৰকাৰী কৰ্মচাৰী আৰু
ডিজিটেল ডেস্কঃ ১৯ নৱেম্বৰ, কাৰ্তিক পুৰ্ণিমাৰ দিনটোতেই ২০২১ বৰ্ষৰ শেষৰটো চন্দ্ৰগ্ৰহণ আছিল। এই চন্দ্ৰগ্ৰহণৰ ঠিক ১৫ দিন পিছত অৰ্থাৎ ৪ ডিচেম্বৰত হ’ব এই বৰ্ষৰ শেষৰটো পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ। সূৰ্যগ্ৰহণৰ মহত্ব কেৱল
ডিজিটেল ডেস্কঃ ক’লা লৰাৰ অধ্যায়ৰ সমাপ্তি ঘটিল। নিশাৰ ভাগত আৰক্ষীয়ে ড্ৰাগচৰ ঘাটি দেখুৱাবলৈ ক’লা লৰা ওৰফে নিৰজ দাসক লৈ যোৱা অৱস্থাতে পলাবলৈ চেষ্টা কৰোতেই আৰক্ষীৰ গাড়ীৰ খুন্দাত নিহত হৈছে ক’লা