লাই শাক প্ৰিয় নিশ্চয় আপোনাৰ। ঔষধি গুণেৰে সমৃদ্ধ শাক সমূহ ভিটামিন আৰু খনিজ উপাদানৰে সম্পূৰ্ণ। এনে এবিধ অসমীয়া খাদ্য প্ৰণালীত প্ৰায়ে ব্যৱহৃত শাকবিধ হৈছে লাই শাক। অতীজৰে পৰা সোৱাদৰ উপৰিও
এজন মানুহে জীৱনকালৰ এক-তৃতীয়াংশ সময় টোপনিত কটায় । সমগ্ৰ বিশ্বৰ ২ ৰ পৰা ৫ শতাংশ লোক শুই থকা অৱস্থাত শ্বাস-প্ৰশ্বাসজনিত সমস্যাত ভোগে । টোপনি বা নিদ্ৰা হৈছে মানুহৰ জীৱনৰ এনে
নীলা চন্দ্ৰ শব্দটোৰ ইতিহাস ১৫২৮ চনলৈকে বিস্তৃত আৰু ইয়াৰ উৎপত্তি কিছু ৰহস্যময়। ইয়াৰ উপৰিও ইয়াৰ এটা অদ্ভুত নাম আছে যাৰ নাম ষ্টাৰজিন মুন। অহা ১৯ আগষ্ট সোমবাৰে দেশত উদযাপন কৰা
বলীউডৰ এসময়ৰ আবেদনময়ী অভিনেত্ৰী তনুশ্ৰী দত্তই। তনুশ্ৰী ‘আশিক বনয়া আপনে’ বোলছবিৰ জৰিয়তে যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছিল। এই ছবিখনৰ সময়ত ইমৰাণ হাছমীৰ সৈতে অভিনেত্ৰীগৰাকীৰ অন্তৰংগ দৃশ্য আৰু লিপ লক দৃশ্য সেইসময়ৰ
আধুনিক ভাৰতৰ স্বপ্নদ্ৰষ্টা আৰু স্বদেশপ্ৰেমৰ মূৰ্ত প্ৰতীক, ভাৰতৰত্ন, প্ৰাক্তন প্ৰধানমন্ত্ৰী অটলবিহাৰী বাজপেয়ীৰ আজি পূণ্য তিথি৷ সমগ্ৰ দেশে অভিনৱ ব্যক্তিত্বৰ অধিকাৰী প্ৰয়াত প্ৰধানমন্ত্ৰী অটলবিহাৰী বাজপেয়ীৰ পূণ্য তিথি উপলক্ষে দেশৰ ভিন্ন প্ৰান্তত
অলিম্পিকত এতিয়া যেন খেল নচলে, চলে Dirty Politics৷ কাৰণ ইউৰোপীয়ন লবীৰ পংকিল পিতনিত বিশ্বৰ সৰ্ববৃহৎ ক্ৰীড়াসমাৰোহ অলিম্পিক৷ শতিকা প্ৰাচীন অলিম্পিকত চলিছে ইউৰোপীয়ন পলিটিক্স৷ এছিয়া মহাদেশৰ বিৰুদ্ধে পেৰিছ অলিম্পিকত লবীকেন্দ্ৰিক যুঁজক
আজি দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড০ এ.পি.জে আব্দুল কালামৰ মৃত্যুবাৰ্ষিকী। দেশৰ মহান মনিষীৰ ভিতৰত এগৰাকী অন্যতম প্ৰাক্তন ৰাষ্ট্ৰপতি ড০ এ পি জে আব্দুল কালাম। তেখেতৰ চিন্তাবোৰ আজিও মানুহৰ বাবে অনুপ্ৰেৰণা হৈ
মধ্য প্ৰদেশৰ ছটাৰপুৰত এগৰাকী মহিলাৰ বিৰুদ্ধে স্বামীয়ে উত্থাপন কৰিছে গুৰুতৰ অভিযোগ। স্বামীয়ে অভিযোগ কৰে যে তেওঁৰ পত্নী ইতিমধ্যে বিয়া হৈ গৈছে। কেৱল এটাই নহয় বহুবাৰ বিয়া হৈছে৷ অভিযোগ অনুসৰি বিয়া
ৰাজ্যত প্ৰতি দিনে বৃদ্ধি পাইছে পৰকীয়া প্ৰেমৰ ঘটনা। এইবাৰ নলবাৰীত ঘটিল তেনেই এক ঘটনা। নলবাৰীৰ লোহাৰকাঠাত এগৰাকী বোৱাৰী পলাই যোৱাৰ ঘটনাত সমগ্ৰ অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। নলবাৰীৰ সংবাদদাতা হিৰক
কুৱেইটত জীৱন্তে অগ্নিদগ্ধ ৪০জনকৈ ভাৰতীয় শ্ৰমিক। এই শোকাৱহ ঘটনা সংঘটিত হৈছে কুৱেইটৰ মাংগাফত। খবৰ অনুসৰি, কুৱেটৰ দক্ষিণ প্ৰান্তত অৱস্থিত মাংগাফ নামৰ অঞ্চলত অৱস্থিত এটা অট্টালিকাত এই ঘটনা সংঘটিত হয়৷ অট্টালিকাটো