1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 4, 2025, 11:19 pm
গুৱাহাটী
train

আপুনি ৰে’লত যাত্ৰা কৰে নেকি? যদি কৰে, আপোনাৰ কাৰণে সু-খবৰ…

ডিজিটেল ডেস্কঃ ভাৰতীয় ৰে’লৱেয়ে যাত্ৰী সকলৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ হাতত লৈছে। দেশত হ্ৰাস হোৱা কৰোনা ভাইৰাছৰ পিছত ডিজিচিএ-য়ে ২৭ মাৰ্চৰ পৰা আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে। আনহাতে দীৰ্ঘদিনৰ

read more

অভিভাৱকসকল সাৱধান, ৰাজ্যত ভুৱা শিক্ষানুষ্ঠানৰ দৌৰাত্ম্য…

ডিজিটেল ডেস্কঃ শিক্ষাৰ্থীৰ জীৱনক লৈ হেতালী খেলিছে একাংশ শিক্ষানুষ্ঠানে৷ ভুৱা শিক্ষা প্ৰতিষ্ঠান খুলি শিক্ষাৰ্থীৰ ভৱিষ্যত অন্ধকাৰলৈ থেলি দিছে AJ Group of Institute শিক্ষানুষ্ঠানটোৱে৷ গুৱাবাটী মহানগৰী ধাৰাপুৰত অবস্থিত AJ Group of

read more

অসমৰ ডিজিটেল সংবাদৰ সুৰক্ষা আৰু ভৱিষ্যতৰ বাবে ‘ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰাম’ গঠন

ডিজিটেল ডেস্কঃ অসমৰ ডিজিটেল সংবাদ মাধ্যমৰ সুৰক্ষা আৰু ভৱিষ্যত সন্দৰ্ভত এখন সভা মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত হয়। জ্যেষ্ঠ সাংবাদিক তথা nezine.com-ৰ সম্পাদক সুশান্ত তালুকদাৰৰ সভাপতিত্বত অনুষ্ঠিত উক্ত সভাত গুৱাহাটীস্থিত

read more

২দিন খোলা নাছিল ৰূমৰ দৰ্জা, অৱশেষত উদ্ধাৰ মৃতদেহঃ গুৱাহাটী IITত সংঘটিত এই ঘটনা…

ডিজিটেল ডেস্কঃ আই আই টি গুৱাহাটীত এগৰাকী গৱেষক ছাত্ৰৰ মৃত্যুয়ে তীব্ৰ চাঞ্চল্যৰ লগতে শোকৰ ছাঁ পেলাইছে। প্ৰায় দুদিন ধৰি গৱেষক ছাত্ৰ গৰাকীয়ে নিজৰ ৰূমৰ দৰ্জা খোলা নাছিল আৰু অৱশেষত নিৰাপত্তাৰক্ষীয়ে

read more

কভি’ডত আক্ৰান্ত মন্ত্ৰী পীয়ূষ হাজৰিকা

ডিজিটেল ডেস্কঃ কভি’ডত আক্ৰান্ত মন্ত্ৰী পীয়ূষ হাজৰিকা। টুইটযোগে এই কথা প্ৰকাশ মন্ত্ৰীগৰাকীৰ। বিগত কিছুদিন ধৰি অসুস্থ হৈ আছিল মন্ত্ৰী পীয়ূষ হাজৰিকা। বৰ্তমান হোম আইচ’লেশ্যনত আছে মন্ত্ৰীগৰাকী। আনহাতে বিহত দিনকেইটাত তেওঁৰ

read more

গুৱাহাটীত বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী

ডিজিটেল ডেস্কঃ গুৱাহাটীত উপস্থিত বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। অসমত উপস্থিত হৈছে পোনতেই কামাখ্যা ধামলৈ ৰাওনা হৈছে মুখ্যমন্ত্ৰীগৰাকী। দেশত তৃণমূল কংগ্ৰেছৰ বিস্তাৰৰ বাবেই বিভিন্ন ৰাজ্যলৈ যাত্ৰা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। শেহতীয়াভাৱে সোমবাৰে অসমত

read more

আপোনাৰো গাড়ী আছে যদি অচিৰেই কৰক এই কাম…৩১ ডিচেম্বৰ ডেডলাইন

ডিজিটেল ডেস্কঃ অসম চৰকাৰৰ পৰিবহন বিভাগে যান-বাহনৰ গৰাকীসকলৰ সুবিধাৰ্থে ৰাজহ আদায় দিয়াৰ সময়সীমা বৃদ্ধি কৰিছে। ৩১ ডিচেম্বৰলৈ এই সময়সীমা বৃদ্ধি কৰা হৈছে। ৰাজহ আদায় সন্দৰ্ভত কামৰূপ মহানগৰ জিলা পৰিবহন বিষয়া

read more

গুৰুত্ব নাথাকিব মেট্ৰিকৰ, বাঢ়িব সুৰাৰ মূল্য…

ডিজিটেল ডেস্কঃ বঙাইগাঁৱত সম্পন্ন হ’ল গুৱাহাটীৰ বাহিৰৰ দ্বিতীয়খন কেবিনেট৷ গুৱাহাটীৰ বাহিৰৰ প্ৰথমখন কেবিনেট হৈছিল ধেমাজিত তাৰ পিচতেই বুধবাৰে দ্বিতীয়খন কেবিনেট বৈঠক সম্পন্ন হ’ল বঙাইগাঁৱত৷ বঙাইগাঁৱত দ্বিতীয়খন কেবিনেট বৈঠকৰ পিছতেই মুখ্যমন্ত্ৰী

read more

মাছাজ কৰিবলৈ মন? আহি গ’ল নতুন নিয়ম…

ডিজিটেল ডেস্কঃ অভিযোগ বহুদিনীয়া, অৱশেষত কঠোৰ হৈছে ৰাজ্য চৰকাৰ। গুৱাহাটীৰ বিউটি পাৰ্লাৰ, হেয়াৰ কাটিং চেলুন, স্পা আৰু মাছাজ পাৰ্লাৰলৈ শেহতীয়াকৈ এক নিৰ্দেশনা জাৰি কৰিছে গুৱাহাটী পৌৰ নিগমে। এই নিৰ্দেশনা অনুসৰি

read more

ৰাজ্যৰ জনসাধাৰণলৈ সকাহ! পুনৰ কমিল পেট্ৰল-ডিজেলৰ দাম…

ডিজিটেল ডেস্কঃ পেট্ৰল-ডিজেলৰ আকাশচুম্বী দামে বিপাঙত পেলাইছে দেশৰ জনতাক। পেট্ৰলে প্ৰতি লিটাৰত ১০০ টকা অতিক্ৰম কৰাৰ পিছতেই সমগ্ৰ দেশৰ জনতাই অসন্তুষ্ট হৈ পৰে। শেহতীয়াভাৱে দেৱালীৰ এদিন পূৰ্বে পেট্ৰ’ল প্ৰতিলিটাৰত ৫

read more

© All rights reserved © Current Trend Assam
Customized By BlogTheme