1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 1:35 pm
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি
অসম

‘অসম গ্ৰন্থমেলা’, সলনি হ’ল উত্তৰ পূবঃ গ্ৰন্থমেলাৰ নাম…

ডিজিটেল ডেস্কঃ গ্ৰন্থমেলাৰ বতৰ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰম্ভ হৈছে গ্ৰন্থমেলাসমূহ৷ গুৱাহাটীত গ্ৰন্তমেলা হ’বনে নহয় এই বিষয়টোক লৈ প্ৰশ্নও উত্থাপিত হৈ আছিল যদিও বুধবাৰে অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি

read more

সমাপ্তি ‘ক’লা’ অধ্যায়ৰ! ক’লাৰ মৃত্যু দুৰ্ঘটনা নে এনকাউণ্টাৰ…

ডিজিটেল ডেস্কঃ ক’লা লৰাৰ অধ্যায়ৰ সমাপ্তি ঘটিল। নিশাৰ ভাগত আৰক্ষীয়ে ড্ৰাগচৰ ঘাটি দেখুৱাবলৈ ক’লা লৰা ওৰফে নিৰজ দাসক লৈ যোৱা অৱস্থাতে পলাবলৈ চেষ্টা কৰোতেই আৰক্ষীৰ গাড়ীৰ খুন্দাত নিহত হৈছে ক’লা

read more

‘চেমখৰ’ উজলিছে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত, আইমী বৰুৱালৈ বিশেষ সন্মান

ডিজিটেল ডেস্কঃ গোৱাত অনুস্থিত ৫২ সংখ্যক ইন্টাৰনেচনেল ফিল্ম ফেষ্টিভেল অৱ ইণ্ডিয়াত আইমী বৰুৱাৰ “চেমখৰ”লৈ Special Mention সন্মান প্ৰদান কৰা হৈছে। সদ্যসমাপ্ত ৫২ সংখ্যক ইন্টাৰনেচনেল ফিল্ম ফেষ্টিভেল অৱ ইণ্ডিয়াত জনপ্ৰিয় অভিনেত্ৰী

read more

আকাশমাৰ্গতো প্ৰদূষণ! গৌৰৱ গগৈয়ে কিয় সাঙুৰিলে প্ৰধানমন্ত্ৰীক?

ডিজিটেল ডেস্কঃ দিল্লীৰ প্ৰদুষণৰ মাত্ৰা অত্যাধিক হাৰত বৃদ্ধি হৈছে। শেহতীয়াভাৱে দিপাৱলীৰ পিছতেই দিল্লীত প্ৰদূষণৰ মাত্ৰা অত্যাধিক বৃদ্ধি হোৱাত বহুকেইটা অঞ্চলত গৃহবন্দীও হৈছিল জনতা। সোমবাৰে টুইটযোগে সাংসদ গৌৰৱ গগৈয়েও প্ৰদূষণৰ মাত্ৰা

read more

লৈছিল দুটাকৈ ভেকচিন, তথাপিও মেডিকেল কলেজৰ ৬০ৰো অধিক শিক্ষাৰ্থীৰ দেহত কৰোনা…

ডিজিটেল ডেস্কঃ কৰোনাৰ তৃতীয় ঢৌঁ আহিব বুলি মহাৰাষ্ট্ৰৰ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে একপ্ৰকাৰৰ ভৱিষ্যতদ্বাণী কৰাৰ পাছতে শেহতীয়াকৈ মেডিকেল কলেজৰ ৬৬গৰাকী শিক্ষাৰ্থী আক্ৰান্ত হৈছে কৰোনাত৷ ৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশিত খবৰ অনুসৰি আক্ৰান্ত হোৱা ৪০গৰাকী শিক্ষাৰ্থীয়ে

read more

যুৱ কংগ্ৰেছৰ নতুন সভানেত্ৰী অংকিতা দত্ত

ডিজিটেল ডেস্কঃ যুৱ কংগ্ৰেছৰ নতুন মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিয়া হ’ল অংকিতা দত্তক৷ কংগ্ৰেছৰ নিষ্ঠাবান নেতা প্ৰয়াত অঞ্জন দত্তৰ কন্যা অংকিতাও কংগ্ৰেছৰ দলৰ এগৰাকী সক্ৰিয় কৰ্মী৷ পিতৃৰ সমষ্টি আমবাৰীত নিৰ্বাচনী ৰণত

read more

মৃত্যুৰ আগৰ ষ্টপেজত কবি ৰৈ থকা নাই, বিদায় সনন্ত তাঁতী

ডিজিটেল ডেস্কঃ কবিতাৰেই প্ৰান্তীয় লোকসকলৰ বেদনা-ক্ষোভ ইত্যাদিক তুলি ধৰা এজন কবি। কিমান বেছি নিৰ্ভীক হ’লে এজন কবিয়ে কবিতাৰ জৰিয়তে উদঙাই দিব পাৰে সমাজত চলি থকা অন্যায় অবিচাৰৰ একো একোখন দস্তাবেজ।

read more

গুৰুত্ব নাথাকিব মেট্ৰিকৰ, বাঢ়িব সুৰাৰ মূল্য…

ডিজিটেল ডেস্কঃ বঙাইগাঁৱত সম্পন্ন হ’ল গুৱাহাটীৰ বাহিৰৰ দ্বিতীয়খন কেবিনেট৷ গুৱাহাটীৰ বাহিৰৰ প্ৰথমখন কেবিনেট হৈছিল ধেমাজিত তাৰ পিচতেই বুধবাৰে দ্বিতীয়খন কেবিনেট বৈঠক সম্পন্ন হ’ল বঙাইগাঁৱত৷ বঙাইগাঁৱত দ্বিতীয়খন কেবিনেট বৈঠকৰ পিছতেই মুখ্যমন্ত্ৰী

read more

কি হৈছে বড়োলেণ্ড বিশ্ববিদ্যালয়ত? কিয় অৰাজক পৰিস্থিতি বিশ্ববিদ্যালয়খনত…

ডিজিটেল ডেস্কঃ কোকৰাঝাৰৰ দেৱৰগাঁৱস্থিত তথা নামনি অসমৰ একমাত্ৰ আগশাৰীৰ উচ্চ শিক্ষানুষ্ঠান বড়োলেণ্ড বিশ্ববিদ্যালয়ত বিগত কিছুদিন ধৰি সৃষ্টি হৈছে অৰাজক পৰিস্থিতিৰ৷ বিশ্ববিদ্যালখনৰ বিভিন্ন সমস্যাক লৈ ছাত্ৰ-ছাত্ৰী দ সংগঠনে মাত মাতি আহিছে

read more

মালিগাঁৱৰ অভাৰব্ৰীজ নিৰ্মাণস্থলীত পিছলি পৰা দুই স্কুটীআৰোহীক চিটি বাছে নিলে মহতিয়াই

ডিজিটেল ডেস্কঃ নিৰ্মাণকাৰ্য পলম হোৱাৰ লগতে যান-যঁটৰ সমস্যাৰ দৰে বহু কেইটা সমস্যাক লৈ  বিভিন্ন বিৰ্তকত সাঙুৰ খোৱা মালিগাঁৱৰ অভাৰব্ৰীজত সংঘটিত হৈছে আন এক অঘটন। দেওবাৰে দিনৰ ভাগত সংঘটিত হোৱা এই ঘটনাক

read more

© All rights reserved © Current Trend Assam
Customized By BlogTheme