ডিজিটেল ডেস্কঃ অসম চৰকাৰে ৰাজ্যখনৰ ২৩ জন বিশিষ্ট সাহিত্যিকক সাহিত্যিক পেঞ্চন দিয়াৰ কথা ঘোষণা কৰিছে। দেওবাৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে সংবাদমেলযোগে এই কথা ঘোষণা কৰিছে। ৰাজ্যৰ ২৩ গৰাকী সাহিত্যিক ক্ৰমে ৰঞ্জু
ডিজিটেল ডেস্কঃ অসমীয়া বিৰোধী মন্তব্য প্ৰদান কৰি ৰঙাঘৰৰ আলহী হোৱা বিতৰ্কিত বঙালী নেতা প্ৰদীপ দত্ত ৰয় এতিয়া অসুস্থ। বিতৰ্কিত বঙালী নেতাগৰাকীক শেহতীয়াকৈ চিকিত্সালয়লৈ প্ৰেৰণ কৰা হৈছে। আদালতৰ নিৰ্দেশনা মৰ্মে নেতাগৰাকীক কাৰাগাৰৰ
ডিজিটেল ডেস্কঃ অসম চৰকাৰৰ পৰিবহন বিভাগে যান-বাহনৰ গৰাকীসকলৰ সুবিধাৰ্থে ৰাজহ আদায় দিয়াৰ সময়সীমা বৃদ্ধি কৰিছে। ৩১ ডিচেম্বৰলৈ এই সময়সীমা বৃদ্ধি কৰা হৈছে। ৰাজহ আদায় সন্দৰ্ভত কামৰূপ মহানগৰ জিলা পৰিবহন বিষয়া
ডিজিটেল ডেস্কঃ শুকুৰবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অনুষ্ঠিত কেবিনেট বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। কেবিনেট বৈঠকত, দুখনকৈ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল নিৰ্মাণৰ বাবে অনোমোদন জনোৱাৰ লগতে সমবায়
ডিজিটেল ডেস্কঃ বৃহস্পতি বাৰে নিমাতী-কমলাবাৰী ফেৰীৰ পৰা এজন লোকে জাপ দিছিল ব্ৰহ্মপুত্ৰত। কিন্তু বৰ্তমানলৈ জাপ দিয়া ব্যক্তিগৰাকীৰ পৰিচয় উলিয়াবলৈ সক্ষম হোৱা নাই আভ্যন্তৰীণ জল পৰিবহণ বিভাগ। মাজুলীৰ ফেৰী দুৰ্ঘটনাৰ পিছতো
ডিজিটেল ডেস্কঃ ২০২১ বৰ্ষৰ অসম দিৱসত কণ্ঠশিল্পী জুবিন গাৰ্গলৈ আগবঢ়োৱা হৈছে চুকাফা বঁটা। সোণাৰিত আয়োজিত চুকাফা দিৱসত কণ্ঠশিল্পীজনলৈ আগবঢ়োৱা হৈছে এই সন্মান। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰথমবাৰৰ বাবে এই
ডিজিটেল ডেস্কঃ ২০২২ চনত সমগ্ৰ দেশৰ লগতে অসমৰ কৃষকৰো আয় দুগুণ হ’ব৷ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতক এখন সমৃদ্ধিশালী ৰাষ্ট্ৰ হিচাপে গঢ় দিয়াৰ যি সপোন দেখিছে সেই সপোন বাস্তৱ হোৱাৰ
ডিজিটেল ডেস্কঃ ২ ডিচেম্বৰ, অসম দিৱস। শান ৰাজবংশৰ ৰাজকুমাৰ চাওলুঙ চুকাফাক স্মৰণ কৰি পালন কৰা হয় অসম দিৱক। অসম দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি বৰ অসমৰ নিৰ্মাতা চাওলুঙ চুকাফাক
ডিজিটেল ডেস্কঃ সন্দিকৈ কলেজলৈ এতিয়া নাযাব, কিয়নো প্ৰায় সংখ্যক শিক্ষক-শিক্ষাৰ্থীৰ দেহত ওলাইছে কৰোনা। প্ৰশাসনে কৰোনাকেন্দ্ৰিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৭দিনলৈ মহাবিদ্যালয়ৰ চৌহদক কন্টেইমেন্ট জ’ন ঘোষণা কৰিছে। প্ৰশাসনে সদৰি কৰা অনুসৰি,
ডিজিটেল ডেস্কঃ অসমীয়া ভাষাৰ বেনাৰ তথা চাইনবৰ্ড আতৰোৱাক লৈ তীব্ৰ বিৰ্তকৰ সৃষ্টি কৰা প্ৰদীপ দত্ত ৰয় বৰ্তমান কাৰাগাৰৰ আলহী। প্ৰায় ২৫গৰাকী অধিবক্তাই আবেদন কৰাৰ পাছতো জামিন লাভ কৰিবলৈ সক্ষম হোৱা