1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 23, 2024, 12:30 am
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি
অসম

নিৰ্বাচনৰ অন্ত, AVBP-ৰ দখলত গুৱাহাটী বাণিজ্য মহাবিদ্যালয়…

ডিজিটেল ডেস্কঃ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে আগশাৰীৰ গুৱাহাটী বাণিজ্য মহাবিদ্যালয়ত বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা ছাত্ৰ একতা সভা নিৰ্বাচনত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ প্ৰাৰ্থীয়ে আটাইকেইটা পদতে জয়লাভ কৰে। সৰ্বমুঠ ১২টা পদৰ ১২ টাতে

read more

শিৱসাগৰৰ ৰাস্তা-পদূলিৰ সমস্যা অখিল গগৈয়ে দূৰ কৰিব নোৱাৰেঃ মন্ত্ৰী পীযুষ হাজৰীকা

ডিজিটেল ডেস্কঃ আগন্তুক পৌৰসভা নিৰ্বাচনক লৈ ব্যস্ত নেতা-মন্ত্ৰী সকলো৷ অসম চৰকাৰৰ মন্ত্ৰী তথা বিজেপি নেতা পীযুষ হাজৰিকাই শিৱসাগৰ নগৰৰ কেইবাটাও ৱাৰ্ডত ভাৰতীয় জনতা পাৰ্টী আৰু মিত্ৰদল অসম গণ পৰিষদৰ প্ৰাৰ্থীৰ

read more

‘স্বাধীনতাৰ প্ৰস্তাৱ-যুগে যুগে’ পৰাগ দাস মেমৰীয়েল ট্ৰাষ্টৰ বক্তৃতানুষ্ঠান প্ৰতিযোগিতা…

ডিজিটেল ডেস্কঃ অসমৰ সংবাদ ইতিহাসৰ অন্যতম নক্ষত্ৰই হৈছে পৰাগ কুমাৰ দাস৷ সংবাদজগতখনকেই অন্য মাত্ৰা প্ৰদান কৰা পৰাগ কুমাৰ দাসৰ কলমৰ ধাৰে ভীতিগ্ৰস্থ কৰিছিল বহুজনক৷ কলমেৰেই উদঙাই দিছিল এটাৰ পিছত আনটো

read more

কোকৰাঝাৰত ধনদাবী…অপহৰণেই নহয় গুলিয়াই হত্যাৰো ভাবুকি

ডিজিটেল ডেস্কঃ কোকৰাঝাৰ জিলাৰ অন্তৰ্গত নয়াছৰা গাঁৱৰ বাসিন্দা তথা শিক্ষক প্ৰাণকৃষ্ণ বৰ্মন আৰু তেওঁৰ পৰিয়ালক পাঁচলাখ টকা ধনদাবী কৰি ধন আদায় অবিহনে পৰিয়ালৰ সদস্যক অপহৰণ তথা গুলীয়াই হত্যা কৰাৰ ভাবুকি

read more

অসমৰ ডিজিটেল সংবাদৰ সুৰক্ষা আৰু ভৱিষ্যতৰ বাবে ‘ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰাম’ গঠন

ডিজিটেল ডেস্কঃ অসমৰ ডিজিটেল সংবাদ মাধ্যমৰ সুৰক্ষা আৰু ভৱিষ্যত সন্দৰ্ভত এখন সভা মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত হয়। জ্যেষ্ঠ সাংবাদিক তথা nezine.com-ৰ সম্পাদক সুশান্ত তালুকদাৰৰ সভাপতিত্বত অনুষ্ঠিত উক্ত সভাত গুৱাহাটীস্থিত

read more

বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ দ্বিতীয় সমাবৰ্তন

ডিজিটেল ডেস্কঃ বিটিচি চুক্তিৰ আধাৰত গঠিত হোৱা বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ আজি দ্বিতীয় সমাবৰ্তন অনুষ্ঠিত হয়। উক্ত সমাবৰ্তনত বিশ্ববিদ্যালয়খনৰ আচাৰ্য তথা ৰাজ্যপাল জগদীশ মুখীয়ে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ পৰা উত্তীৰ্ণ হোৱা ৪১৭১ জন স্নাতক

read more

ব্ৰহ্মপুত্ৰ নদীৰ বান আৰু খহনীয়াৰ হ’ব স্থায়ী সমাধান, বিভাগীয় অভিযন্তাৰে মন্ত্ৰী পীযুষ হাজৰিকাৰ বৈঠক…

ডিজিটেল ডেস্কঃ অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই বুধবাৰে দিছপুৰ জনতা ভৱনৰ নিজা কাৰ্যালয়ৰ সভাকক্ষত বিভাগীয় বিষয়া তথা অভিযন্তাসকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশ গ্ৰহণ কৰে। অসম চৰকাৰৰ অতিৰিক্ত

read more

সাংবাদিক শিৱপ্ৰসাদ বৰাৰ আকস্মিক মৃত্যু, শোকস্তব্ধ নগাঁও…

ডিজিটেল ডেস্কঃ নগাঁৱৰ জ্যেষ্ঠ সাংবাদিক শিৱপ্ৰসাদ বৰাৰ আকস্মিক মৃত্যু। বৃহস্পতিবাৰে নগাঁৱৰ এখন ব্যক্তিগত হাস্পতালত মৃত্যু হয় সাংবাদিকগৰাকীৰ। বৃহস্পতিবাৰে ১২ বাজি ২৫ মিনিটত মৃত্যু সাংবাদিক বৰাৰ। আমোলাপট্টীৰ কংলপাৰস্থিত হাউচিং ব’ৰ্ডৰ বাসভৱনৰ

read more

২দিন খোলা নাছিল ৰূমৰ দৰ্জা, অৱশেষত উদ্ধাৰ মৃতদেহঃ গুৱাহাটী IITত সংঘটিত এই ঘটনা…

ডিজিটেল ডেস্কঃ আই আই টি গুৱাহাটীত এগৰাকী গৱেষক ছাত্ৰৰ মৃত্যুয়ে তীব্ৰ চাঞ্চল্যৰ লগতে শোকৰ ছাঁ পেলাইছে। প্ৰায় দুদিন ধৰি গৱেষক ছাত্ৰ গৰাকীয়ে নিজৰ ৰূমৰ দৰ্জা খোলা নাছিল আৰু অৱশেষত নিৰাপত্তাৰক্ষীয়ে

read more

কভি’ডত আক্ৰান্ত মন্ত্ৰী পীয়ূষ হাজৰিকা

ডিজিটেল ডেস্কঃ কভি’ডত আক্ৰান্ত মন্ত্ৰী পীয়ূষ হাজৰিকা। টুইটযোগে এই কথা প্ৰকাশ মন্ত্ৰীগৰাকীৰ। বিগত কিছুদিন ধৰি অসুস্থ হৈ আছিল মন্ত্ৰী পীয়ূষ হাজৰিকা। বৰ্তমান হোম আইচ’লেশ্যনত আছে মন্ত্ৰীগৰাকী। আনহাতে বিহত দিনকেইটাত তেওঁৰ

read more

© All rights reserved © Current Trend Assam
Customized By BlogTheme