1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 12:39 pm
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

কি কি ক্ষেত্ৰত সকাহ পাব অসমবাসীয়ে? ১৬মাৰ্চত আহি আছে নতুন বাজেট…

  • Update Time : Tuesday, February 15, 2022

ডিজিটেল ডেস্কঃ মাজুলী উপ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছতে অসম বিধানসভাৰ বাজেট অধিৱেশন আৰম্ভ হ’ব৷ ১৪মাৰ্চৰ পৰা আৰম্ভ হ’বলগীয়া এই অধিবেশন চলিব ১এপ্ৰিলৰ লৈকে৷ এক বিশেষ সূত্ৰৰ খবৰ অনুসৰি ১৬মাৰ্চত বাজেট দাখিলৰো সম্ভাৱনা আছে৷ অৱশ্যে এই বিষয়ক লৈ আনুষ্ঠানিকভাৱো কোনো কথা সদৰি কৰা নাই৷

ইফালে বাজেট দাখিলৰ প্ৰাকক্ষণত বিত্ত মন্ত্ৰীগৰাকীয়ে সমাজৰ সৰ্বস্তৰৰ লোকৰ উপকৃত হ’ব পৰাকৈ বাজেট দাখিল কৰাৰ পৰিকল্পনা কৰিছে ৷ যাক লৈ আগতীয়াকৈ বিত্তীয় মন্ত্ৰীগৰাকীয়ে মুকলি কৰিলে এক ইমেইল ৷ যত সমাজৰ সৰ্বস্তৰৰ লোকে আগবঢ়াব পাৰিব নিজ নিজ দিহা পৰামৰ্শ ৷ অহা ৫ মাৰ্চ তাৰিখ পৰ্য্যন্ত দাখিল কৰিব পাৰিব পৰামৰ্শ ৷ ইয়াৰ বাবে মুকলি কৰা ইমেইলটো হ’ল Suggestionsbudgetassam@gmail.com ৷

যত দিহা পৰামৰ্শ সমূহ গুৰুত্বসহকাৰে গ্ৰহণ কৰাৰ মন্তব্য মন্ত্ৰীগৰাকীৰ ৷ পৰিকল্পনা বিহীন সামঞ্জস্য বাজেট প্ৰস্তুত কৰি আভোৱা নভৰাৰ দৃঢ় সংকল্প লৈ বাস্তৱ ধৰ্মী বাজেট এক দাখিল কৰাৰ পক্ষপাতি বিত্ত মন্ত্ৰীগৰাকী ৷ ইয়াৰবাবে প্ৰতিটো বিভাগলৈ মন্ত্ৰীগৰাকীৰ কাঢ়া নিৰ্দেশ ৷ বাজেটত নিৰ্ধাৰিত পুঁজি অনুসৰি বাজেট প্ৰস্তুত কৰক ৷ যিটো নিৰ্ধাৰিত অনুসৰি কাৰ্য্যকৰী হয় ৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme