বাজেটৰ আঁচল খবৰঃ কোন বিভাগৰ বাবে কিমান টকা, পঢ়ি লওক সবিশেষ…
-
Update Time :
Thursday, March 16, 2023
ডিজিটেল ডেস্কঃ- তৃতীয়বাৰৰ বাবে বিত্তমন্ত্ৰী হিচাপে অজন্তা নেওগে সদনত দাখিল কৰে ২০২৩-২৪বৰ্ষৰ বাজেট। এইবেলি বাজেটত কোন বিভাগৰ বাবে কিমান টকা ধাৰ্য কৰা হৈছে, সবিশেষ পঢ়ক তলত-
- বাজেট ২০২৩-২৪ত কৃষিবিভাগৰ বাবে ২১৬১.৭৪কোটি টকা আৱন্টন কৰিলে বিত্ত বিভাগে।
- বাজেট ২০২৩-২৪ত পশু পালন আৰু পশু চিকিতসা বিভাগৰ বাবে ৬২১.২৫ কোটি টকা আৱন্টন কৰিলে বিত্ত বিভাগে।
- বাজেট ২০২৩-২৪ত সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ বাবে ৪৬.৮৫ কোটি টকা আৱন্টন কৰিলে বিত্ত বিভাগে।
- বাজেট ২০২৩-২৪ত সমবায় বিভাগৰ বাবে ২১৮.৯১ কোটি টকা আৱন্টন কৰিলে বিত্ত বিভাগে।
- বাজেট ২০২৩-২৪ত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ বাবে ২১৩.৩৮ কোটি টকা আৱন্টন কৰিলে বিত্ত বিভাগে।
- বাজেট ২০২৩-২৪ত বন আৰু পৰিৱেশ বিভাগৰ বাবে ১০৫৬.৭০ কোটি টকা আৱন্টন কৰিলে বিত্ত বিভাগে।
- বাজেট ২০২৩-২৪ত আবকাৰী বিভাগৰ বাবে ৯৯.৫৭ কোটি টকা আৱন্টন কৰিলে বিত্ত বিভাগে।
- বাজেট ২০২৩-২৪ত মীন বিভাগৰ বাবে ১৭৫.০২ কোটি টকা আৱন্টন কৰিলে বিত্ত বিভাগে।
- বাজেট ২০২৩-২৪ত খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ বাবে৬০৯.৭৯কোটি টকা আৱন্টন কৰিলে বিত্ত বিভাগে।
- বাজেট ২০২৩-২৪ত সাধাৰণ প্ৰশাসন বিভাগৰ বাবে ৭১৮.৬১কোটি টকা আৱন্টন কৰিলে বিত্ত বিভাগে।
- বাজেট ২০২৩-২৪ত হস্ততাঁত, বস্ত্ৰ আৰু ৰেচম বিভাগৰ বাবে ৩৭৭.৭৫ কোটি টকা আৱন্টন কৰিলে বিত্ত বিভাগে।
- বাজেট ২০২৩-২৪ত স্বাস্থ্য বিভাগৰ বাবে ৭হাজাৰ ১৩০কোটি টকা আৱন্টন কৰিলে বিত্ত বিভাগে।
- বাজেট ২০২৩-২৪ত উচ্চ শিক্ষা বিভাগৰ বাবে৩৩৭২.৭৪কোটি টকা আৱন্টন কৰিলে বিত্ত বিভাগে।
- বাজেট ২০২৩-২৪ত পাৰ্বত্য অঞ্চল বিভাগৰ বাবে ৮৬২৪.৯৩কোটি টকা আৱন্টন কৰিলে বিত্ত বিভাগে।
- বাজেট ২০২৩-২৪ত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ বাবে ৩৯৯১.৫৫কোটি টকা আৱন্টন কৰিলে বিত্ত বিভাগে।
- বাজেট ২০২৩-২৪ত অসম চু্ক্তি ৰূপায়ন বিভাগৰ বাবে ৯.৮১কোটি টকা আৱন্টন কৰিলে বিত্ত বিভাগে।
- বাজেট ২০২৩-২৪ত তথ্য, জনসংযোগ বিভাগৰ বাবে ১১৯.০৫ কোটি টকা আৱন্টন কৰিলে বিত্ত বিভাগে।
- বাজেট ২০২৩-২৪ত জলসিঞ্চন বিভাগৰ বাবে ১০৩৭.৮৭ কোটি টকা আৱন্টন কৰিলে বিত্ত বিভাগে।
- বাজেট ২০২৩-২৪ত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ বাবে ১১৫৪৮.৩৮কোটি টকা আৱন্টন কৰিলে বিত্ত বিভাগে।
- বাজেট ২০২৩-২৪ত শক্তি বিভাগৰ বাবে ১৫৫০.৯৭ কোটি টকা আৱন্টন কৰিলে বিত্ত বিভাগে।
- বাজেট ২০২৩-২৪ত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ১৭৩০.৪৪ কোটি টকা আৱন্টন কৰিলে বিত্ত বিভাগে।
- বাজেট ২০২৩-২৪ত লোকনিৰ্মাণ বিভাগৰ বাবে ৪৪৮৩.০৪ কোটি টকা আৱন্টন কৰিলে বিত্ত বিভাগে।
- বাজেট ২০২৩-২৪ত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ ২০৭৭.২৪ কোটি টকা আৱন্টন কৰিলে বিত্ত বিভাগে।
- বাজেট ২০২৩-২৪ত ক্ৰীড়া আৰু যুৱ কল্যান বিভাগৰ বাবে ২৫৭.৩৭ কোটি টকা আৱন্টন কৰিলে বিত্ত বিভাগে।
- বাজেট ২০২৩-২৪ত চাহ জনজাতি কল্যান বিভাগৰ ১০০.০২ কোটি টকা আৱন্টন কৰিলে বিত্ত বিভাগে।
- বাজেট ২০২৩-২৪ত জলসম্পদ বিভাগৰ বাবে ১৪৬৪.৯৮ কোটি টকা আৱন্টন কৰিলে বিত্ত বিভাগে।
- বাজেট ২০২৩-২৪ত বড়োলেণ্ড কল্যান বিভাগৰ বাবে ৩৮৬৩.৭০ কোটি টকা আৱন্টন কৰিলে বিত্ত বিভাগে।
- অসমৰ মূল চালিকা শক্তি বিত্ত বিভাগৰ বাবে ২৬হাজাৰ ৬১০কোটি টকা ২০২৩-২৪বৰ্ষৰ বাজেটত আৱন্টন কৰিলে অসম চৰকাৰে।
🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক
More News Of This Category