1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 7, 2025, 12:44 am
Trending:
মনে কাম নহ’লে বা আপোনাক ভাগ্য লগ নিদিলেই দান কৰিব চাব পাৰে এইকেইবিধ সামগ্ৰী চিকিত্সক তথা পশ্চিমবংগৰ প্ৰথম মুখ্যমন্ত্ৰী ডাঃ বিধান চন্দ্ৰ ৰায়ৰ জন্মদিন উপলক্ষে সপ্তাহজুৰা কাৰ্যসূচীৰে পালন ৰাষ্ট্ৰীয় চিকিত্সক দিৱস আপুনিও অৱসৰ বিনোদনৰ কথা ভাবিছে নেকি তেন্তে জানি লওঁক কেইখনমান বিশেষ ঠাইৰ কথা আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي

বাজেটৰ আঁচল খবৰঃ কোন বিভাগৰ বাবে কিমান টকা, পঢ়ি লওক সবিশেষ…

  • Update Time : Thursday, March 16, 2023

ডিজিটেল ডেস্কঃ- তৃতীয়বাৰৰ বাবে বিত্তমন্ত্ৰী হিচাপে অজন্তা নেওগে সদনত দাখিল কৰে ২০২৩-২৪বৰ্ষৰ বাজেট। এইবেলি বাজেটত কোন বিভাগৰ বাবে কিমান টকা ধাৰ্য কৰা হৈছে, সবিশেষ পঢ়ক তলত-

 

  • বাজেট ২০২৩-২৪ত কৃষিবিভাগৰ বাবে ২১৬১.৭৪কোটি টকা আৱন্টন কৰিলে বিত্ত বিভাগে।
  • বাজেট ২০২৩-২৪ত পশু পালন আৰু পশু চিকিতসা বিভাগৰ বাবে ৬২১.২৫ কোটি টকা আৱন্টন কৰিলে বিত্ত বিভাগে।
  • বাজেট ২০২৩-২৪ত সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ বাবে ৪৬.৮৫ কোটি টকা আৱন্টন কৰিলে বিত্ত বিভাগে।
  • বাজেট ২০২৩-২৪ত সমবায় বিভাগৰ বাবে ২১৮.৯১ কোটি টকা আৱন্টন কৰিলে বিত্ত বিভাগে।
  • বাজেট ২০২৩-২৪ত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ বাবে ২১৩.৩৮ কোটি টকা আৱন্টন কৰিলে বিত্ত বিভাগে।
  • বাজেট ২০২৩-২৪ত বন আৰু পৰিৱেশ বিভাগৰ বাবে ১০৫৬.৭০ কোটি টকা আৱন্টন কৰিলে বিত্ত বিভাগে।
  • বাজেট ২০২৩-২৪ত আবকাৰী বিভাগৰ বাবে ৯৯.৫৭ কোটি টকা আৱন্টন কৰিলে বিত্ত বিভাগে।
  • বাজেট ২০২৩-২৪ত মীন বিভাগৰ বাবে ১৭৫.০২ কোটি টকা আৱন্টন কৰিলে বিত্ত বিভাগে।
  • বাজেট ২০২৩-২৪ত খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ বাবে৬০৯.৭৯কোটি টকা আৱন্টন কৰিলে বিত্ত বিভাগে।
  • বাজেট ২০২৩-২৪ত সাধাৰণ প্ৰশাসন বিভাগৰ বাবে ৭১৮.৬১কোটি টকা আৱন্টন কৰিলে বিত্ত বিভাগে।
  • বাজেট ২০২৩-২৪ত হস্ততাঁত, বস্ত্ৰ আৰু ৰেচম বিভাগৰ বাবে ৩৭৭.৭৫ কোটি টকা আৱন্টন কৰিলে বিত্ত বিভাগে।
  • বাজেট ২০২৩-২৪ত স্বাস্থ্য বিভাগৰ বাবে ৭হাজাৰ ১৩০কোটি টকা আৱন্টন কৰিলে বিত্ত বিভাগে।
  • বাজেট ২০২৩-২৪ত উচ্চ শিক্ষা বিভাগৰ বাবে৩৩৭২.৭৪কোটি টকা আৱন্টন কৰিলে বিত্ত বিভাগে।
  • বাজেট ২০২৩-২৪ত পাৰ্বত্য অঞ্চল বিভাগৰ বাবে ৮৬২৪.৯৩কোটি টকা আৱন্টন কৰিলে বিত্ত বিভাগে।
  • বাজেট ২০২৩-২৪ত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ বাবে ৩৯৯১.৫৫কোটি টকা আৱন্টন কৰিলে বিত্ত বিভাগে।
  • বাজেট ২০২৩-২৪ত অসম চু্ক্তি ৰূপায়ন বিভাগৰ বাবে ৯.৮১কোটি টকা আৱন্টন কৰিলে বিত্ত বিভাগে।
  • বাজেট ২০২৩-২৪ত তথ্য, জনসংযোগ বিভাগৰ বাবে ১১৯.০৫ কোটি টকা আৱন্টন কৰিলে বিত্ত বিভাগে।
  • বাজেট ২০২৩-২৪ত জলসিঞ্চন বিভাগৰ বাবে ১০৩৭.৮৭ কোটি টকা আৱন্টন কৰিলে বিত্ত বিভাগে।
  • বাজেট ২০২৩-২৪ত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ বাবে ১১৫৪৮.৩৮কোটি টকা আৱন্টন কৰিলে বিত্ত বিভাগে।
  • বাজেট ২০২৩-২৪ত শক্তি বিভাগৰ বাবে ১৫৫০.৯৭ কোটি টকা আৱন্টন কৰিলে বিত্ত বিভাগে।
  • বাজেট ২০২৩-২৪ত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ১৭৩০.৪৪ কোটি টকা আৱন্টন কৰিলে বিত্ত বিভাগে।
  • বাজেট ২০২৩-২৪ত লোকনিৰ্মাণ বিভাগৰ বাবে ৪৪৮৩.০৪ কোটি টকা আৱন্টন কৰিলে বিত্ত বিভাগে।
  • বাজেট ২০২৩-২৪ত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ ২০৭৭.২৪ কোটি টকা আৱন্টন কৰিলে বিত্ত বিভাগে।
  • বাজেট ২০২৩-২৪ত ক্ৰীড়া আৰু যুৱ কল্যান বিভাগৰ বাবে ২৫৭.৩৭ কোটি টকা আৱন্টন কৰিলে বিত্ত বিভাগে।
  • বাজেট ২০২৩-২৪ত চাহ জনজাতি কল্যান বিভাগৰ ১০০.০২ কোটি টকা আৱন্টন কৰিলে বিত্ত বিভাগে।
  • বাজেট ২০২৩-২৪ত জলসম্পদ বিভাগৰ বাবে ১৪৬৪.৯৮ কোটি টকা আৱন্টন কৰিলে বিত্ত বিভাগে।
  • বাজেট ২০২৩-২৪ত বড়োলেণ্ড কল্যান বিভাগৰ বাবে ৩৮৬৩.৭০ কোটি টকা আৱন্টন কৰিলে বিত্ত বিভাগে।
  • অসমৰ মূল চালিকা শক্তি বিত্ত বিভাগৰ বাবে ২৬হাজাৰ ৬১০কোটি টকা ২০২৩-২৪বৰ্ষৰ বাজেটত আৱন্টন কৰিলে অসম চৰকাৰে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme