1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 7:14 pm
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

চিগাৰেট এৰি দিয়া লোকক চৰকাৰে দিব ৪০হাজাৰ টকা, জুলাইৰ পৰা আৰম্ভ এই নতুন আঁচনি…

  • Update Time : Friday, June 10, 2022

ডিজিটেল ডেস্কঃ চিগাৰেট খোৱাটো স্বাস্থ্যৰ পক্ষে কিমান হানিকৰ সেই কথা আমি সকলোৱে জানো যদিও সমগ্ৰ বিশ্বত শেহতীয়াকৈ চিগাৰেট খোৱা লোকৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে। কিন্তু শেহতীয়াকৈ চৰকাৰে চিগাৰেট খোৱা লোকৰ সংখ্যা হ্ৰাস কৰিবলৈ লৈছে এক বিশেষ পদক্ষেপ।

দাবী-ধমকিৰে নহয়, এইবাৰ চিগাৰেট এৰা লোকসকলক চৰকাৰে প্ৰদান কৰিব নগদ ধন। যিসকল লোকে চিগাৰেট খাই আছে, তেওঁলোকে চিগাৰেট এৰি দিলে ২০হাজাৰ টকা প্ৰদান কৰিব চৰকাৰে। ইফালে সন্তানসম্ভৱা কোনো মহিলাই যদিহে চিগাৰেট খোৱাৰ বদভ্যাস আছে, তেওলোকে চিগাৰেট খোৱা বাদ দিলে প্ৰদান কৰা হব ৪০হাজাৰ টকা।

এই ধন চৰকাৰে তেতিয়াহে প্ৰদান কৰিব যেতিয়া চৰকাৰৰ ফালৰ পৰা কৰা সকলো টেষ্টত প্ৰমাণ হব যে, সেই লোকজনে সচাঁকৈয়ে চিগাৰেট খোৱা বাদ দিছে। ইয়াৰ বাবে চিকিতসকৰ দ্বাৰা বিশেষভাৱে টেষ্ট কৰা হব এই আচনিৰ অন্তভূক্ত লোকসকলক। এই টেষ্টত যদিহে সকলো ঠিকে ঠাকে থাকে তেন্তে কিস্তি হিচাপত সেই লোকজনক প্ৰদান কৰা হব ধনৰাশি। অহা জুলাই মাহৰ পৰা আৰম্ভ হব এই বিশেষ আচঁনি।

উল্লেখ কৰা প্ৰয়োজন যে, বিট্ৰেইনৰ এখন চহৰ ছেছায়ৰ ইষ্টত এই আঁচনি খন আৰম্ভ কৰিছে প্ৰশাসনে। ইয়াৰ কাৰন হৈছে শেহতীয়াকৈ বৃদ্ধি পোৱা চিগাৰেট খোৱা লোকৰ সংখ্যা। ইতিমধ্যে চহৰখনত সকলোতে এই বিশেষ প্ৰচাৰ কৰা হৈছে। প্ৰথম পৰ্যায়ত এই আচনিঁৰ বাবে ১কোটি টকা আৱন্টিত কৰিছে চৰকাৰে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme