1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 6, 2025, 10:31 am
Trending:
আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي Understanding Mostbet এর কাজ কি: A New Full Explained On-line Betting Мостбет Вход ️ в Личный Кабинет Mostbet Войти На официальную Платформу Step-by-step Guide: কিভাবে Mostbet থেকে টাকা তুলব Securely Locaminas Locação Relacionada Veículos Corporación Bíblica Los Apóstoles”

বন্দনা ‘পাগল’ নেকি? কি কয় পৰীক্ষাই…

  • Update Time : Tuesday, April 25, 2023

ডিজিটেল ডেস্কঃ মানসিকভাৱে দুৰ্বল হোৱাৰ বাবে বন্দনা কলিতাই সংঘটিত কৰিছিল নেকি দুটাকৈ নৃশংস হত্যা।  এই সন্দৰ্ভত বিভিন্ন চৰ্চা চলি আছিল। এই কথাও চৰ্চালৈ আহিছিল যে, মানসিকভাৱে দুৰ্বল বুলি দোহাই দি বন্দনাই পাপ্য শাস্তিৰ পৰা সাৰি যাব। কিন্তু অসম আৰক্ষীয়ে সেই সন্দৰ্ভতো সম্পন্ন কৰিলে তদন্ত।

শেহতীয়াকৈ দেশ কপাই যোৱা  শ্ৰদ্ধা হত্যাকাণ্ডৰ তদন্তকাৰী এটা দলে বন্দনা কলিতাক গুৱাহাটীত আহি সোধ-পোচ কৰে। ফৰেনচিক এটি দলৰ লগতে তদন্তকাৰী এই দলটোৱে বন্দনাক সোধ-পোচ কৰি প্ৰতিবেদন প্ৰকাশ কৰে যে, বন্দনা কলিতা মানসিকভাৱে দুৰ্বল নহয়। শীতল মস্তিষ্কৰেই বন্দনাই দুটাকৈ হত্যা সংঘটিত কৰিছিল।

অসম আৰক্ষীক এই প্ৰতিবেদন দাখিল কৰাৰ পাছতে নুনমাটি আৰক্ষী এতিয়া চাৰ্জশ্বিট দাখিলৰ বাবে সাজু হৈছে। বন্দনাক কঠোৰৰ পৰা কঠোৰ শাস্তি দিয়াৰ বাবে অসম আৰক্ষীয়ে সুৰুঙাহীন চাৰ্জশ্বিট প্ৰস্তুত কৰা বুলিও এক সূত্ৰই সদৰি কৰিছে।

উল্লেখ কৰা প্ৰয়োজন যে, জেলত থকাৰ সময়তো বন্দনাৰ মনত নাই কোনো অনুশোচনা। ৭৫গৰাকী আন মহিলা কয়দীৰ সৈতে সাধাৰনভাৱে জীৱন কটাইছে বন্দনাই।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme