1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 11:56 pm
Trending:
আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي Understanding Mostbet এর কাজ কি: A New Full Explained On-line Betting Мостбет Вход ️ в Личный Кабинет Mostbet Войти На официальную Платформу Step-by-step Guide: কিভাবে Mostbet থেকে টাকা তুলব Securely Locaminas Locação Relacionada Veículos Corporación Bíblica Los Apóstoles”

বোমা বিস্ফোৰণঃ থিতাতে নিহত ৯শিশু…

  • Update Time : Monday, January 10, 2022

ডিজিটেল ডেস্কঃ আফগানিস্তানত সংঘটিত হৈছে ভয়ংৰ বোমা বিস্ফোৰণৰ ঘটনা। এই বিস্ফোৰণত ৯টি শিশু নিহত হোৱাৰ লগতে ৪গৰাকী লোক আহত হৈছে।  পাকিস্তান সীমান্তত সংঘটিত হোৱা এই ঘটনাক লৈ আফগানিস্তান প্ৰশাসনে সদৰি কৰিছে যে,  এখন খাদ্য সামগ্ৰী বেচিবলৈ যোৱা বাহনত মৰ্টাৰে আক্ৰমণ কৰাৰ ফলত এই শোকাৱহ ঘটনা সংঘটিত হবলৈ পালে।

উল্লেখ কৰা প্ৰয়োজন যে, দেশখনত তালিবানৰ শাসন অব্যাহত থকাৰে পৰা বিভিন্ন অশান্তিজনক ঘটনা সঘনে সংঘটিত হৈ আছে। অৱশ্যে এই বিস্ফোৰণক লৈ তালিবান চৰকাৰে কোনো তথ্য আনুষ্ঠানিকভাৱে সদৰি কৰা নাই।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme