1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 5:08 am

বোকাখাতত দুই পুত্ৰৰ সৈতে মাতৃক মহতিয়াই নিলে ট্ৰাকে…

  • Update Time : Sunday, February 20, 2022

ডিজিটেল ডেস্কঃ দেওবাৰে বোকাখাত সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা৷ বোকখাতৰ বি ডি এম ৰোডত সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে এগৰাকী মহিলাই। দুই পুত্ৰসহ বোকাখাতৰ মাতৃ গৃহলৈ স্কুটীৰে আহি থকা অৱস্থাত ট্ৰাকৰ খুন্দাত সংঘটিত হয় এই পথ দুৰ্ঘটনাটি। এই পথ দুৰ্ঘটনাত থিতাতে নিহত মহিলা গৰাকী খুমটাইৰ মিনু গগৈ ৷ দুৰ্ঘটনাটোত মহিলা গৰাকীৰ দুই পুত্ৰও সামান্য ভাৱে আহত হয় যদিও কথমপি ৰক্ষা পৰে প্ৰাণ।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme