1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 31, 2025, 8:10 am

৮০লাখ টকাৰ গাঞ্জাঃ বোকাজান আৰক্ষীৰ সফলতা…

  • Update Time : Sunday, October 30, 2022
  • বোকাজানৰ শান্তিপুৰত ৮ কুইণ্টল গাঞ্জা জব্দ।
  • বৰপথাৰ আৰক্ষী নাকা তালাচীত জব্দ এই গাঞ্জাখিনি।
  • ডিমাপুৰৰ পৰা HR 38 X 8093 নম্বৰৰ এখন ট্ৰাকত আনিছিল এই গাঞ্জাখিনি।
  • গাঞ্জাখিনিৰ বজাৰ মূল্য প্ৰায় ৮০ লক্ষাধিক টকা বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে।
  • ইতিমধ্যে গাড়ী চালক সেৱা সিং(𝚂𝚎𝚠𝚊 𝚜𝚒𝚗𝚐𝚑)ক আটক কৰিছে বৰপথাৰ আৰক্ষীয়ে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme