1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 1:48 pm
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

ড০ বীৰেন্দ্ৰনাথ দত্তৰ বাবে সকলোৱে প্ৰাৰ্থনা কৰক…

  • Update Time : Thursday, August 3, 2023
  • অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা লোকবিদ ড০ বীৰেন্দ্ৰনাথ দত্ত বৰ্তমানো চিকিতসাধীন হৈ আছে।
  • শাৰিৰিক অৱস্থা কিছু অৱনতি ঘটিছে সাহিত্যিকগৰাকীৰ।
  • বুধবাৰে নিশা নেমকেয়াৰ হাস্পতালত বাৰ্ধক্যজনিত কাৰণত তেওঁক ভৰ্তি কৰোৱা হৈছিল।
  • বৰ্তমান ICUত চিকিৎসাধীন সাহিত্য সভাৰ প্ৰাক্তন সভাপতিগৰাকী।
  • উল্লেখ্য যে, ড০ বীৰেন্দ্ৰনাথ দত্ত অসমৰ এগৰাকী প্ৰখ্যাত শিক্ষাবিদ, লোক কলাৰ গৱেষক, লেখক
  • তেওঁ অসমত সংগীত শিল্পী হিচাপেও জনপ্ৰিয়।
  • তেওঁ ২০০৯ চনত ‘‘সাহিত্য আৰু শিক্ষা’’ৰ ক্ষেত্ৰত পদ্মশ্ৰী বঁটা আৰু ২০১০ চনত ‘‘শংকৰ মাধৱৰ মণীষা আৰু অসমৰ সাংস্কৃতিক উত্তৰাধিকাৰ’’ গ্ৰন্থৰ বাবে ১২তম জগধাত্ৰী হৰমোহন দাস সাহিত্য বঁটা লাভ কৰিছিল।
  • তেওঁ অসম সাহিত্য সভাৰ ২০০৩ চনৰ উত্তৰ লখিমপুৰ আৰু ২০০৪ চনৰ হোজাই অধিৱেশনৰ সভাপতিত্ব কৰিছিল ৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme