1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 7:10 am
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

VIDEO- কিতাপ কিনি নিদিয়ে, কিন্তু সদায়েই মদ খাই পাপাইঃ এটি কণমাণিৰ ভিডিঅ’ই কপাঁইছে দেশ…

  • Update Time : Saturday, November 27, 2021

ডিজিটেল ডেস্কঃ এটা কণমাণিৰ এটা ভিডিঅ। এই ভিডিঅটোক লৈ এতিয়া দেশৰ সৰ্বত্ৰে চৰ্চা। ভিডিঅটো চোৱাৰ পাছতে বহুজনে উচুপি উঠিছে। ভিডিঅটো হৈছে বিহাৰৰ। এটি কণমাণি স্কুললৈ আহি কান্দি কান্দি ভিডিঅটোত কৈছে- মোৰ দেউতাই মোক কিতাপ কিনি নিদিয়ে। কিন্তু সদায়েই মদ খায়। কণমাণিটোৱে কি কৈছে চাওঁক এই ভিডিঅটোত-

ক্লিক কৰক লিংকতঃ 

https://twitter.com/i/status/1464252768617517063

 

ছচিয়েল মিডিয়াত ইতিমধ্যে ভাইৰেল হৈ পৰা এই ভিডিঅটো বিহাৰৰ ৰোহতাছ জিলাৰ এখন চৰকাৰী স্কুলৰ বুলি জানিব পৰা গৈছে। কণমানি লৰাটোৱে কান্দি কান্দি এই কথা কৈ থকা অৱস্থাত তেওঁৰ পিতৃও কাষতে উপস্থিত আছিল। কান্দি কান্দি কণমাণিটোৱে এই কথা কৈ থকা অৱস্থাত কাষতে থকা ভনীয়েকেও পিতৃৰ ওপৰত এই অভিযোগ তুলি কান্দি থকা দেখা গৈছে। ভিডিঅটো ভাইৰেল হৈ পৰাৰ পাছত নেটিজেনসকলে প্ৰশ্ন কৰিছে বিহাৰত সুৰা বন্ধ হৈ থকা অৱস্থাত কিদৰে মদ বিক্ৰী হৈ আছে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme