১৫আগষ্টক লৈ পাকিস্তানৰ সন্ত্ৰাসবাদী সংগঠনৰ ষড়যন্ত্ৰ ফাদিল…
-
Update Time :
Wednesday, August 2, 2023
- ১৫আগষ্টত দেশ ৰক্তাক্ত কৰাৰ পৰিকল্পনা কৰিছে পাকিস্তানৰ সন্ত্ৰাসবাদী সংগঠনে।
- সীমান্তত অস্ত্ৰ-শস্ত্ৰৰ সৈতে বোমা-বাৰুদ আৰু দুই কুখ্যাত সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ।
- চি আৰ পি এফে গ্ৰেপ্তাৰ কৰিছে এই দুই সন্ত্ৰাসবাদীক।
- ১৫আগষ্টৰ পূৰ্বে দেশৰ বিভিন্ন স্থানত বোমা সংস্থাপন কৰাৰ পৰিকল্পনা আছিল সন্ত্ৰাসবাদীকেইটাৰ।
- কাশ্মীৰৰ বাৰামুলাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে এই দুই সন্ত্ৰাসবাদীক।
🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক
More News Of This Category