1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 8, 2024, 9:54 pm
Trending:
ৰাজ্যৰ কাৰ্যবাহী অভিযন্তাসকলৰ পৰা বান-খহনীয়া সন্দৰ্ভত বুজ ল’লে মন্ত্ৰী পীযূষ হাজৰিকাৰ আপুনি জানেনে নৰসিংহ পাত আপোনাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী! কনজাংটিভাইটিছৰ পৰা হাত সাৰিবলৈ অৱলম্বন কৰক এইসমূহ উপায় আৰু দূৰত থাকক চকুৰ সমস্যাৰ পৰা আপোনাৰ নখকেইটা ধুনীয়া কৰি ৰাখিবলৈ মানি চলক কিছু ঘৰুৱা নিয়ম! পনীৰ প্ৰিয় যদি জানি লওঁক কিদৰে চিনাক্ত কৰিব প্ৰকৃত আৰু নকল পনীৰ! ভাৰতৰ সৰ্বোচ্চ ৰে’ল ষ্টেচনটো, য’ত শিৰৰ ওপৰত থাকে ডাৱৰ জন উইক’ নিৰ্মাতাই ক্ৰয় কৰিলে কৰণ জোহৰৰ ‘কিল’ ছবিৰ হলিউডৰ ৰিমেক ৰাইট। সনাতন ধৰ্মত জগন্নাথ ৰথ যাত্ৰাৰ আছে এক বিশেষ তাৎপৰ্য! আপুনি জানেনে আপোনালৈ হোৱাটছ এপত পঠোৱা ভিন্নৰঙী ‘LOVE EMOJI’য়ে কি কি বুজায়? অনন্ত আম্বানীৰ বিবাহ অনুষ্ঠানত উপস্থিত ৰোহিত-হাৰ্দিক-সূৰ্যক কাষত লৈ আবেগিক নীতা আম্বানী!

৫টা দমদাৰ ফোনঃ PHOTO দেখিলে বেলেগে সুধিব কি ফোন বুলি…

  • Update Time : Saturday, July 22, 2023

ডিজিটেল ডেস্কঃ এটা নতুন ফোন কিনাৰ কথা আপুনিও ভাৱি আছে নেকি! কম বাজেটত যদিহে এটা নতুন ভাল ফোন কিনাৰ কথা ভাৱি আছে তেন্তে এই খবৰ আপোনাৰ বাবেই। আজি আমি আপোনাক জনাম ২০হাজাৰতকৈ কম টকাত পোৱা ৫টা বিশেষ ফোন। এই পাঁচোটা ফোনৰে কেমেৰা কোৱালিটী অতিকৈ উন্নতমানৰ।

১. Tecno Camon 20 Pro 5G: এই ফোনটো অনলাইনত আপুনি লাভ কৰিব ১৯হাজাৰ ৩৯০টকাত।  ফোনটোত থকা মেইন কেমেৰাটো RGBW OIS ৬৪ মেপিৰ লগতে চেলফী কেমেৰাটো হৈছে 32MPৰ।  মুখ্য কেমেৰাৰ সৈতে আন দুটা কেমেৰাও আছে ফোনটোত।

২. Realme Narzo 60 5G: এই ফোনটো গ্ৰাহকে ১৭,৯৯৯টকাত ক্ৰয় কৰিব পাৰিব।  ফোনটোৰ মুখ্য কেমেৰা 64MPৰ লগতে চেলফী কেমেৰা 16MPৰ।

৩. OnePlus Nord CE 3 Lite 5G: এই ফোনটো গ্ৰাহকে নিজৰ কৰি লব পাৰিব ১৯,৯৯৯টকাত।  এইফোনটোৰ কেমেৰা অতিকৈ উন্নতমানৰ। ফোনটোৰ মুখ্য কেমেৰা 108MP আৰু চেলফী কেমেৰা 16MPৰ। ইয়াৰ লগতে এই ফোনটোত Qualcomm Snapdragon 695 5G প্ৰচেচৰো উপলদ্ধ।

৪. Realme 10 Pro 5G: ১৮,৯৯৯টকাত এইফোনটো ক্ৰয় কৰিব পাৰিব। মুখ্য কেমেৰা ১০৮ মেগা পিক্সাৰেল আৰু চেলফী কেমেৰা ১৬ মেগাপিক্সাৰেলৰ।  এই ফোনটোৰ বেটাৰীও খুবেই ভাল।

৫. Samsung Galaxy M34 5G: এই ফোনটোও ১৮,৯৯৯টকাত ক্ৰয় কৰিব পাৰিব গ্ৰাহকে। ফোনটোৰ মুখ্য কেমেৰা 50MP+8MP+2MPৰ লগতে ১৩ মেগাপিক্সাৰেলৰ চেলফী কেমেৰা উপলদ্ধ। 6000mAh ৰ বেটেৰীও পাব এই ফোনটোত।

 

 

 

 

 

 

 

 

 

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme