1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 25, 2024, 4:42 pm
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

দুৰ্ঘটনা সংঘটিত কৰা কেইবা ঘন্টাৰ পিছত থানালৈ আহি বৰষাৰাণীয়ে কলে- মই কেতিয়াও পলৰীয়া নহয়…

  • Update Time : Monday, December 19, 2022

ডিজিটেল ডেস্কঃ দুৰ্ঘটনা সংঘটিত কৰিয়ে উক্ত স্থানৰ পৰা প্ৰায় ১কিঃমিঃ আঁতৰত গাড়ী ৰখাই , সেই গাড়ী তাতেই এৰি অন্য স্থানলৈ যাত্ৰা কৰা বৰষাৰাণী বিষয়া আৰু তেওঁৰ স্বামী ভাস্কৰ বৰুৱাই অৱশেষত মুখ খুলিলে সাংবাদিকৰ আগত। যিখন গাড়ীৰ সৈতে তেওঁলোকৰ সংঘৰ্ষ হৈছিল তেওঁলোকৰ সৈতে মিলা-মিছাৰে সকলো মীমাংসা কৰা বুলি সংবাদ মাধ্যমৰ আগত সদৰি কৰিলে বৰষাৰাণীয়ে।

নিশা দুৰ্ঘটনা সংঘটিত কৰিয়ে উক্ত স্থানৰ পৰা নাইকিয়া হোৱাৰ সন্দৰ্ভত বৰষাৰাণীক সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয়- আমি এতিয়া সকলো বুজাবুজি কৰিলো।  মই তেওঁলোকৰ খবৰ নিশাৰে পৰা বিভিন্নজনৰ পৰা ৰাখি আছিলো। ভাগ্যৰ কৃপাত আমাৰ কাৰোৰে একো হোৱা নাই।

সাংবাদিকে বৰষাক প্ৰশ্ন কৰিছিল যে, দুৰ্ঘটনা সংঘটিত কৰিয়ে উক্ত স্থানৰ পৰা প্ৰায় ১কিঃমিঃ আঁতৰত গাড়ী ৰখাই , সেই গাড়ী তাতেই এৰি অন্য স্থানলৈ পলায়ন কৰা বুলি এক অভিযোগ উত্থাপন হৈছে! সেই প্ৰশ্নৰ উত্তৰত বৰষাৰাণীয়ে কয়- পলায়ন শব্দটো বেয়া শব্দ। আৰু বৰষাৰাণী কেতিয়াও পলৰীয়া নহয়।

 

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme