1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 7:25 am

দুটাকৈ ভেকচিনেও নিদিলে কাম! তৃতীয়বাৰৰ বাবে কৰোনাত আক্ৰান্ত বাবুল সুপ্ৰিয়…

  • Update Time : Tuesday, January 4, 2022

ডিজিটেল ডেস্কঃ তৃতীয়বাৰৰ বাবে কৰোনাত আক্ৰান্ত বাবুল সুপ্ৰিয়। প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা বৰ্তমানৰ তৃণমূল কংগ্ৰেছৰ নেতা সুপ্ৰিয়ই এই কথা নিজা ছচিয়েল মিডিয়া পেইজযোগে অৱগত কৰিছে। পত্নী, পিতৃৰ লগতে তেওঁৰ সৈতে থকা কেইবাজনো লোকৰ দেহত ধৰা পৰিছে কৰোনাৰ সংক্ৰমণ।

উল্লেখ কৰা প্ৰয়োজন যে, সুপ্ৰিয় প্ৰথমবাৰৰ বাবে কৰোনাত আক্ৰান্ত হৈছিল ২০২০ৰ নৱেম্বৰ মাহত। ইয়াৰ পাছতে ২০২১ৰ এপ্ৰিলত দ্বিতীয়বাৰৰ বাবে কৰোনাত আক্ৰান্ত হৈছিল বাবুল সুপ্ৰিয়।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme