শ্বাহৰুখ খানৰ আহিবলগীয়া ছবিত দেখা যাব অসমৰ কেনী বসুমতাৰীক…
-
Update Time :
Tuesday, July 11, 2023
- শ্বাহৰুখ খানৰ আহিবলগীয়া ছবিত দেখা যাব অসমৰ কেনী বসুমতাৰীক।
- অভিনেতা তথা পৰিচালক কেনী বসুমতাৰীয়ে শ্বাহৰুখৰ ছবি জাৱানত এগৰাকী অৱসৰপ্ৰাপ্ত সেনা বিষয়াৰ চৰিত্ৰ ৰূপায়ন কৰিব।
- উল্লেখ কৰা প্ৰয়োজন যে, ইতিমধ্যে মুক্তি পাইছে ছবিখনৰ ট্ৰেইলাৰ।
- শ্বাহৰুখক অন্য এক ৰূপত দেখা পোৱা গৈছে ছবিখনত।
- ছবিখন এই বৰ্ষৰে ৭ছেপ্তেম্বৰত ছবিখন ছবিঘৰলৈ আহিব।
- প্ৰায় ২২০কোটি টকাৰ বাজেটেৰে নিৰ্মাণ কৰা হৈছে ছবিখন।
- ৰেড চিলিৰ বেনাৰ নিৰ্মিত ছবিখনৰ প্ৰযোজনাত আছে শ্বাহৰুখৰ পত্নী গৌৰী খান।
🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক
More News Of This Category