কমা নাই গ্ৰন্থৰ সমাদৰঃ অসম গ্ৰন্থমেলাত ৬টা দিনত ২কোটিৰ টকাৰ কিতাপ বিক্ৰী…
-
Update Time :
Wednesday, January 4, 2023
- অসম গ্ৰন্থমেলাত ৬টা দিনত ২কোটিৰ টকাৰ কিতাপ বিক্ৰী।
- উদোক্তাই ৰাজহুৱা কৰিলে এই ফটো।
- ২৯জানুৱাৰীৰ পৰা চানমাৰীত অনুষ্ঠিত হৈছে অসম গ্ৰন্থমেলা।
- ৯ফেব্ৰুৱাৰী লৈকে অনুষ্ঠিত হব এই গ্ৰন্থমেলা।
- আগন্তুক দিনকেইটাত আৰু অধিক কিতাপ বিক্ৰী যোৱাৰ আশংকা।
🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক
More News Of This Category