1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 31, 2025, 7:46 am

মহাৰাষ্ট্ৰত নিৰ্মাণ হ’ব অসম ভৱনঃ একনাথে অসমৰ মুখ্যমন্ত্ৰীক দি গ’ল কথা…

  • Update Time : Monday, November 28, 2022

ডিজিটেল ডেস্কঃ অসম ভ্ৰমণলৈ আহি মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেই অসমৰ মুখ্যমন্ত্ৰীৰ সৈতে এক গুৰুত্বপূৰ্ণ আলোচনা চক্ৰত মিলিত হৈছিল। এই আলোচনাৰ ফচল হিচাপেই মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে যে, মহাৰাষ্ট্ৰত অচিৰেই নিৰ্মাণ হব অসম ভ্ৰমণ। আৰু ঠিক তেনেদৰে অসমতো নিৰ্মাণ হব মহাৰাষ্ট্ৰ ভৱন। এই কথা একনাথ সিন্দেই শেহতীয়াকৈ ঘোষণা কৰে। উল্লেখ্য যে সিন্দে পৰিয়ালৰ সৈতে গুৱাহাটীস্থিত কামাখ্যা মন্দিৰো দৰ্শন কৰে।

ইফালে মুখ্যমন্ত্ৰী সিন্দে এই ভ্ৰমণৰ পাছত এক টুইট যোগে মহাবীৰ লাচিত বৰফুকনৰ প্ৰসংগও উল্লেখ কৰে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme