ফাইনেল সিদ্ধান্তঃ বিজেপিত যোগদান কৰিব পাঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কেপ্তেইন অমৰিন্দৰ সিঙে…
-
Update Time :
Friday, September 16, 2022
- অৱশেষত বিজেপিত যোগদান কৰাৰ সিদ্ধান্ত ললে পাঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কেপ্তেইন অমৰিন্দৰ সিঙে।
- অহা ১৯ছেপ্তেম্বৰত দিল্লীৰ ভাৰতীয় জনতা পাৰ্টিৰ মুখ্য কাৰ্যালয়ত যোগদান কৰিব তেওঁ।
- ইয়াৰ লগে লগে পঞ্জাৱ লোক কংগ্ৰেছ দলটোও বিজেপিৰ সৈতে বিলয় হোৱাৰ সম্ভাৱনা আছে।
- উল্লেখ্য যে, বহুদিনৰে পৰা কেপ্তেইন অমৰিন্দৰ সিঙে বিজেপিত যোগদান কৰিব বুলি চৰ্চা হৈ আছিল।
- কেইবাবাৰো অমিত শ্বাহ আৰু প্ৰধানমন্ত্ৰীৰ সৈতে বৈঠকতো বহিছিল তেওঁ।
🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক
More News Of This Category