1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 31, 2025, 12:31 pm

APSCৰ নতুন অধ্যক্ষ ড০ অজন্তা নাথ…

  • Update Time : Tuesday, June 28, 2022
  • অসম লোকসেৱা আয়োগৰ নতুন অধ্যক্ষ নিযুক্তি।
  • ড০ অজন্তা নাথক নিযুক্তি দিয়া হৈছে অধ্যক্ষ হিচাপে।
  • পি কে বৰঠাকুৰে এক নিৰ্দেশনা যোগে সদৰি কৰিছে এই খবৰ।
  • উল্লেখ কৰা প্ৰয়োজন যে, পূৰ্বে ৰাজীৱ বৰা আছিল অসম লোকসেৱা আয়োগৰ অধ্যক্ষ।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme