আঙুৰলতাৰ ভিডিঅ’ বিকৃত কৰি শ্বেয়াৰ কৰাৰ সকলক বিচাৰি ফুৰিছে অসম আৰক্ষীয়ে…
-
Update Time :
Sunday, August 7, 2022
- আঙুৰলতাৰ ভিডিঅ বিকৃত কৰি প্ৰচাৰ কৰা সকলৰ বিৰুদ্ধে অসম আৰক্ষীয়ে লব কঠোৰ ব্যৱস্থা।
- এই ঘোষণা কৰিলে মন্ত্ৰী পীয়ুষ হাজৰিকাই।
- ভিডিঅ বিকৃত আৰু শ্বেয়াৰ কৰা সকলৰ বিৰুদ্ধেও কঠোৰ হব আৰক্ষী।
- বিজেপিৰ লগতে আঙুৰলতাক হেয় পতিপন্ন কৰা বাবে দুষ্ট চক্ৰৰ চক্ৰান্ত বুলি কলে মন্ত্ৰীগৰাকীয়ে
- উল্লেখ্য যে, আঙুৰলতা উপস্থিত থকা এটা প্ৰতিবাদৰ ভিডিঅ কোনোৱে সম্পাদনা কৰি আহোম জাতিক অপমান কৰিছে বুলি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল সমগ্ৰ ৰাজ্যত।
🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক
More News Of This Category