1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 7, 2025, 3:48 am
Trending:
মনে কাম নহ’লে বা আপোনাক ভাগ্য লগ নিদিলেই দান কৰিব চাব পাৰে এইকেইবিধ সামগ্ৰী চিকিত্সক তথা পশ্চিমবংগৰ প্ৰথম মুখ্যমন্ত্ৰী ডাঃ বিধান চন্দ্ৰ ৰায়ৰ জন্মদিন উপলক্ষে সপ্তাহজুৰা কাৰ্যসূচীৰে পালন ৰাষ্ট্ৰীয় চিকিত্সক দিৱস আপুনিও অৱসৰ বিনোদনৰ কথা ভাবিছে নেকি তেন্তে জানি লওঁক কেইখনমান বিশেষ ঠাইৰ কথা আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي

মেছিৰ মহাপ্ৰস্থান! কিন্তু ফাইনেলতে সৃষ্টি হ’ল আগন্তুক ফুটবলৰ একছত্রী সম্ৰাট…

  • Update Time : Monday, December 19, 2022

ডিজিটেল ডেস্কঃ ৪বছৰলৈ অন্ত পৰিল বিশ্বকাপ ফুটবলৰ জ্বৰ। মেছিয়ে সামৰিলে ১৯বছৰীয়া সোণালী যাত্ৰা।  এই বিশ্বকাপ শেষ হলেও এইখন বিশ্বকাপতে ফুটবলে বিচাৰি পালে আন এজন দুৰ্দান্ত খেলুৱৈ। তেওঁ হৈছে ফান্সৰ কিলিয়ান এমবাপে।

২০১৮ বৰ্ষৰ ৰাছিয়ান বিশ্বকাপত ফ্ৰান্সক বিজয়ী কৰোৱা অন্যতম প্ৰধান সেনানী। দুৰন্ত গতি, দুৰ্দান্ত ক্ৰছিঙেৰে প্ৰতিপক্ষৰ ডিফেণ্ডাৰৰ মাজেৰে বল সৰকোৱাত সিদ্ধহস্ত এমবাপে বিশ্বকাপৰ ফাইনেলত দেখুওৱা প্ৰদৰ্শনৰ বাবে সকলোৱে কলে মেছিৰ বিদায়ৰ পাছত ফুটবলৰ একছত্ৰী সম্ৰাট কিলিয়ান এমবাপে। ক্ৰীডা় বিশ্লেষক সকলে কৈছে-  মেছি-CR7 উত্তৰ কালত এমবাপেই ফুটবলৰ একছত্রী সম্ৰাট। এমবাপেই আজি হৃদয় জিকিলে। ফাইনেল হেটত্ৰিক কৰিও পৰাজিত। চকু-মুখত কি sportsman spirit এমবাপেৰ।
সেয়া যি কি নহলেও, ফুটবলৰ ৰাজপুত্ৰই আজি ললে ৰাজকীয় বিদায়।  বিশ্বৰ কোটি কোটি ক্ৰীড়াপ্ৰেমীয়ে বিচাৰিছিল আন্ত:ৰাষ্ট্ৰীয় কেৰিয়াৰৰ অন্তিম খন খেলত অন্তত: বিশ্বকাপৰ ট্ৰ’ফীটো দাঙি ধৰক মেছিয়ে । সেই আশা পূৰ্ণ হ’ল। যি ফুটবলক অতবৰ্ষৰ পৰা মেছিয়ে দিলে নিজৰ সৰ্বস্ব । সেই ফুটবলৰ পৰা মেছিয়ে বিদায় ক্ষণত মেছি বাহিনীয়ে জয় কৰিলে বিশ্বকাপ।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme