ডিজিটেল ডেস্কঃ Amazon য়ে আপোনালোকৰ বাবে আগবঢ়াইছে এক সুবৰ্ণ সুযোগ৷ Amazon ৰ জড়িতে লাভ কৰক ৩০,০০০ টকা৷ Amazon Quiz-ত ভাগ লৈ আপুনিও লাভ কৰিব পাৰে শকত ধনৰ টোপোলা৷ Amazon Pay Balance ৰ জড়িয়তে প্ৰদান কৰা হ’ব এই ধনৰাশি৷ এই কোম্পানীটোয়ে Amazon Quizৰ জড়িয়তে বিভিন্ন সময়ত বহুতো কুইজ প্ৰতিযোগীতাৰ অনুষ্ঠিত কৰে, যদিও প্ৰতিটো সময়তে প্ৰদান কৰা ধনৰাশি বেলেগ বেলেগ হয়৷ Amazon Quiz ব্যৱহাৰকাৰী সকলক ৫টা প্ৰশ্নৰ উত্তৰ সোধা হয়, আৰু সঠিক উত্তৰ দিওতাগৰাকীয়ে লাভ কৰে বৃহৎ পৰিমাণৰ ধন৷ Amazon Quiz-খেলিবৰ বাবে আপোনালোকৰ ওচৰত Amazon-এপছ থকাতো বাঞ্চনীয়৷