1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
April 10, 2025, 5:41 am

অক্ষয় কুমাৰে বিক্ৰী কৰিলে ঘৰ, কিনিলে অৰমান মালিকে…

  • Update Time : Saturday, September 24, 2022

ডিজিটেল ডেস্কঃ বলিউদৰ খিলাড়ী কুমাৰে শেহতীয়াকৈ বিক্ৰী কৰিলে নিজৰ কোটিটকীয়া এটা ঘৰ। মিডিয়া ৰিৰ্পট অনুসৰি, মুম্বাইৰ অন্ধেৰীত থকা কোটি টকীয়া ঘৰটো বিক্ৰী কৰি দিলে।  ১২৮১ স্কোৱাৰ ফুটৰ এই বিশাল ঘৰটোত আছিল ৫৬ফুটৰ এখন বিশাল বেলকনি। খবৰ অনুসৰি এই ঘৰটো অক্ষয়ে বিক্ৰী কৰিছে ডব্বু মালিকক। ডব্বু মালিক হৈছে কন্ঠশিল্পী অৰমান মালিকৰ পিতৃ।

এই ঘৰটো ৬কোটি টকাত বিক্ৰী কৰিছে অক্ষয়ে। কিছুবছৰৰ আগতে ৪.১২কোটি টকাত এই ঘৰটো ক্ৰয় কৰিছিল অক্ষয়ে।  মুম্বাইৰ এই ঘৰটো বিক্ৰী কৰিলেও অভিনেতাগৰাকীৰ অন্য বহু ঠাইত আছে ঘৰ। মুম্বাইতে অক্ষয়ৰ অন্য ৪স্থানত আছে বিশাল অট্টালিকা আৰু ফ্লেট।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme